You don't have javascript enabled. Please Enabled javascript for better performance.

গোলাঘাটৰ এগৰাকী আদৰ্শ কৃষক দীনেশ গগৈ

Start Date: 09-11-2018
End Date: 30-11-2021
কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা গোলাঘাট জিলাৰ এগৰাকী আদৰ্শৱান কৃষক দীনেশ গগৈ। স্কুলীয়া জীৱন ত্যাগ কৰা দিনৰে পৰাই পিতৃৰ সান্নিধ্যত কৃষি কৰ্মত মনোনিৱেশ কৰিবলৈ লোৱা দীনেশ গগৈয়ে এক বৃহৎ পৰিসৰত বিলাহী, বন্ধাকবি, দাংবডি আদি বিভিন্ন পাচলিৰ খেতি কৰি অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক আদৰ্শৰ বাট দেখুৱাই আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে ৰপ্তানি হয় তেখেতৰ উৎপাদিত পাচলি। কিছুমাহৰ পূৰ্বে অসম চৰকাৰৰ উদ্যোগত অসমৰ ১৫ গৰাকী কৃষকৰ ভিয়েটনাম ভ্ৰমণ কাৰ্যসূচীৰ এগৰাকী অন্যতম সদস্য আছিল এইগৰাকী দীনেশ গগৈ। স্বাৱলম্বিতাৰ এক অন্যতম নিদৰ্শন এইগৰাকী আদৰ্শৱান কৃষকৰ বিষয়ে আহক কিছু কথা জানো।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল