You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষি বিভাগৰ সহযোগত স্বাৱলম্বিতাৰ নিদৰ্শন

Start Date: 05-01-2021
End Date: 31-01-2024
অসম চৰকাৰৰ কৃষি বিভাগৰ সহায়ত স্বাৱলম্বিতাৰ এক নতুন বাট মোকলাইছে মাজুলীৰ পুলঙনি গাঁৱৰ যুৱক জিতু শইকীয়াই। বিভিন্ন খেতি-বাতিৰ লগতে পশুপালনৰ যোগেদিও উপকৃত হৈছে যুৱকজন। অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ যোগেদি উপকৃত হোৱা জিতু শইকীয়াই সতীৰ্থ সকলৰ সৈতে মাজুলী এগ্ৰ’ হাব নামেৰে এক প্ৰতিষ্ঠান মুকলি কৰি স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
82 তথ্য পোৱা গ’ল
161730

Jyotiska boruah 4 বছৰ 3 সপ্তাহ পূৰ্বে

সন্মানীয়,অঅসমত জৈৱিক পদ্ধতিৰে সাৰ উৎপাদনৰ প্ৰকল্পৰ প্ৰয়োজন আছে ৷ অসমৰ বিল সমূহৰ মেটেকা,গোৱৰ আদি সংগ্ৰহেৰে তেনে প্ৰকল্প বা উদ্যোগ গঢ়িৱ পাৰো ৷ মাত্ৰ চৰকাৰৰ সদিচ্ছাৰ প্ৰয়োজন ৷

  •