You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষি বিভাগৰ সহযোগত স্বাৱলম্বিতাৰ নিদৰ্শন

Start Date: 05-01-2021
End Date: 31-01-2024
অসম চৰকাৰৰ কৃষি বিভাগৰ সহায়ত স্বাৱলম্বিতাৰ এক নতুন বাট মোকলাইছে মাজুলীৰ পুলঙনি গাঁৱৰ যুৱক জিতু শইকীয়াই। বিভিন্ন খেতি-বাতিৰ লগতে পশুপালনৰ যোগেদিও উপকৃত হৈছে যুৱকজন। অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ যোগেদি উপকৃত হোৱা জিতু শইকীয়াই সতীৰ্থ সকলৰ সৈতে মাজুলী এগ্ৰ’ হাব নামেৰে এক প্ৰতিষ্ঠান মুকলি কৰি স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
82 তথ্য পোৱা গ’ল

Tez prasad Gautam 2 বছৰ 2 সপ্তাহ পূৰ্বে

ভাল লাগিল, চাওঁক এই আঁচনি সমুহ চৰকাৰে গাওঁৰ কাৰৰণে বানায় খচা অৰ্থত আঁচনি সমুহ গাওঁত আহি নাপায় আমি আচল খেতিয়ক বাদ পাৰি থাকোঁ আৰু যাৰ নেকি নাঙল ধৰা অভ্যাস নাই খিয় কৃষক হৈ ৰাজ সাহায্য লাভ কৰে মই তেজ প্ৰসাদ গৌতম তাৰে এজন বৰচলা

ANINDA DAS 2 বছৰ 9 হিচাপপূৰ্বে

What is the conclusion of organic farming in Assam?
Conclusions:- Organic farming yields more nutritious and safe food. The popularity of organic food is growing dramatically as consumer seeks the organic foods that are thought to be healthier and safer. Thus, organic food perhaps ensures food safety from farm to plate.

Nayan Jyoti Gowala 2 বছৰ 9 হিচাপপূৰ্বে

অসম চৰকাৰক অনুৰোধ,দাবী জনাম যে অন্যান্য বিভাগৰ লগতে অলপ বেছি গুৰুত্ব কৃষি বিভাগক দিয়া উচিত। কাৰণ দিনক দিনে কৃষি ক্ষেত্ৰত এৰি বহু যুৱক যুৱতী চাকৰিৰ ফালে অত্যাধিক সংখ্যক ঢাপলি মেলিছে যি ই শুভ যদিও নাইকীয়া হৈ নাযাওক । অসম চৰকাৰে এনে ধৰণেৰে উন্নত কৰক কৃষি বিভাগক যে ইও যে এক স্বাৱলম্বিতাৰ পথ সেয়া বুজি উঠক এই ক্ষেত্ৰ খনক অৱহেলা কৰিব নোৱাৰে । খেতি পথাৰ নাইকীয়া হোৱাৰ সলনি অধিক উন্নতমানৰ হওক আধুনিকতাৰে উন্নত হওক ।

Lal Mamud 2 বছৰ 9 হিচাপপূৰ্বে

আধুনিক পদ্ধতিত শাক-পাচলিৰ খেতি কৰিবলৈ অতিৰিক্ত জৈৱিকসাৰ আৰু কীটনাশক দৰব ব্যৱহাৰ কৰাটো মানৱ স্বাস্থ্যৰ যথেষ্ট খতি হোৱাটো পৰিলক্ষিত হৈছে।

BrahmDevYadav 2 বছৰ 11 হিচাপপূৰ্বে

What is the conclusion of organic farming in Assam?
Conclusions:- Organic farming yields more nutritious and safe food. The popularity of organic food is growing dramatically as consumer seeks the organic foods that are thought to be healthier and safer. Thus, organic food perhaps ensures food safety from farm to plate.