You don't have javascript enabled. Please Enabled javascript for better performance.

blog

মাই গভ্‍ গ্ৰীডৰ সকলো ব্ল’গ Social Welfare Department

তৃতীয়্খন ৰাজ্য হিচাবে অসমত 'মাই গভ্ অসম' মুকলি

অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ১০ এপ্ৰিল ২০১৭ তাৰিখে মাই গভ অসম পৰ্টেল (assam.mygov.in) মুকলি কৰে। মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ পাছৰ অসম হৈছে এই পৰ্টেল মুকলি হোৱা তৃতীয়্খন ৰাজ্য। এই ৱেব পৰ্টেল যোগে চৰকাৰৰ প্ৰশাসনযন্ত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ আৰু চৰকাৰ আৰু জনতাৰ মাজত পোনপটীয়া বাৰ্তালাপৰ পথ মুকলি হ'ব।

পোষ্ট তাৰিখ : 11 Apr 2017