You don't have javascript enabled. Please Enabled javascript for better performance.

স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচন (Digitization)-ৰ গুৰুত্ব

Start Date: 10-12-2019
End Date: 31-12-2021

আধুনিক ভাৰতৰ ৰূপকাৰ, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আধুনিক ভাৰতৰ ৰূপকাৰ, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱে ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগ্ৰত কৰিছিল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰবাৰত আমাৰ স্থিতি শক্তিশালী কৰিছিল । এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰিছিল । এইগৰাকী আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টাৰ জন্মদিন তথা ২৫ ডিচেম্বৰৰ দিনটো প্ৰতি বছৰে সমগ্ৰ দেশজুৰি সু-শাসন দিৱস হিচাবে পালন কৰা হয়।

সাম্প্ৰতিক সময়ত আমাৰ দৈনন্দিন জীৱন ধাৰণত ডিজিটেল ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এক শক্তিশালী শাসন ব্যৱস্থাৰ বাবেও ডিজিটেল মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়টো কেতিয়াও নুই কৰিব নোৱাৰি। স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচনে ব্যৱসায়িক লেন-দেন, নিয়োগ, শিক্ষা আদি ক্ষেত্ৰসমূহত যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিছে।

সু-শাসন দিৱসৰ প্ৰাকক্ষণত জনতাৰ চৰকাৰ মাই গভ অসমৰ দ্বাৰা স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচন (Digitization)-ৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা লগতে এই ব্যৱস্থাক অধিক উন্নত আাৰু ক্ষীপ্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত ৰাইজৰ মতামত তথা দিহা-পৰামৰ্শ আাহ্বান কৰা হৈছে। লগতে এই ক্ষেত্ৰত নিজা অভিজ্ঞতাৰ বিষয়েও সবিশেষ লিখি কাৰ্য শিতানৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে।
আপোনাৰ মতামত প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য হিচাবে।

সকলো মন্তব্য
Reset
94 তথ্য পোৱা গ’ল
230370

Shivangi Manjhwar 5 বছৰ 6 হিচাপপূৰ্বে

Respected Sir,
We will celebrate Good Governance day on 25 december and for this Digitalisation doing well work.Digitlisation is a mark of A better future.Because of this corruption will decrease and all get a chance to meet directly with government.
Thank you

1918870

Nasim Kutchi 5 বছৰ 6 হিচাপপূৰ্বে

Our first and best motto should be a best administration where all get the right judgement. In this INDIA we should think of Digital INDIA with digital administration, there should be Gprs facilities,online decision and online submission facilities, judgement should be done within 10 to 15 days for each cases. And all the cases should be closed as soon as possible. Criminals should be punished and Innocents should be awarded.It may be hard to understand but to keep IND ctz SAFEis the first motto

  •