You don't have javascript enabled. Please Enabled javascript for better performance.

স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচন (Digitization)-ৰ গুৰুত্ব

Start Date: 10-12-2019
End Date: 31-12-2021

আধুনিক ভাৰতৰ ৰূপকাৰ, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আধুনিক ভাৰতৰ ৰূপকাৰ, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱে ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগ্ৰত কৰিছিল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰবাৰত আমাৰ স্থিতি শক্তিশালী কৰিছিল । এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰিছিল । এইগৰাকী আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টাৰ জন্মদিন তথা ২৫ ডিচেম্বৰৰ দিনটো প্ৰতি বছৰে সমগ্ৰ দেশজুৰি সু-শাসন দিৱস হিচাবে পালন কৰা হয়।

সাম্প্ৰতিক সময়ত আমাৰ দৈনন্দিন জীৱন ধাৰণত ডিজিটেল ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এক শক্তিশালী শাসন ব্যৱস্থাৰ বাবেও ডিজিটেল মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়টো কেতিয়াও নুই কৰিব নোৱাৰি। স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচনে ব্যৱসায়িক লেন-দেন, নিয়োগ, শিক্ষা আদি ক্ষেত্ৰসমূহত যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিছে।

সু-শাসন দিৱসৰ প্ৰাকক্ষণত জনতাৰ চৰকাৰ মাই গভ অসমৰ দ্বাৰা স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচন (Digitization)-ৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা লগতে এই ব্যৱস্থাক অধিক উন্নত আাৰু ক্ষীপ্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত ৰাইজৰ মতামত তথা দিহা-পৰামৰ্শ আাহ্বান কৰা হৈছে। লগতে এই ক্ষেত্ৰত নিজা অভিজ্ঞতাৰ বিষয়েও সবিশেষ লিখি কাৰ্য শিতানৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে।
আপোনাৰ মতামত প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য হিচাবে।

সকলো মন্তব্য
Reset
94 তথ্য পোৱা গ’ল
4454470

Bhawna 5 বছৰ 5 হিচাপপূৰ্বে

Strategy and innovation
Companies that are good at digital management are characterized by having a digital strategy in place that is linked to the company’s vision. The digital strategy should influence strategy and development work throughout the business and be integrated into the departments’ planning processes.

4454470

Bhawna 5 বছৰ 5 হিচাপপূৰ্বে

Successful digitization contributes to increased value creation, productivity and innovation. The digital change process is complex and involves many resources. To ensure that your business reaches its digitization goals, it is wise to have good governance through the change journey. Digital management should be an essential means of succeeding in digitizing. Good digital management can help realize your company's digitization goals and strategies. In this article, I will elaborate on six areas

58670

Diganta Changmai 5 বছৰ 5 হিচাপপূৰ্বে

সুন্দৰ পদক্ষেপ।
সময়োপযোগী আৰু ইতিবাচক চিন্তা।
স্বচ্ছ আৰু নিকা প্ৰশাসনিক পৰিচালনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ব্যৱস্থা।

98980

Sijna Jose 5 বছৰ 6 হিচাপপূৰ্বে

Role of Digitalisation in Good Governance. Inclusive governance forms the foundation of a healthy democracy. ... In present times of improved connectivity and advanced technology, digitalisation can augment the idea of good governance by bringing in more accountability, transparency in the government machinery.

618640

somnath dahal 5 বছৰ 6 হিচাপপূৰ্বে

PF ESIC কৰ্মচাৰী বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা পোৱা হলে ভাল হয় |Swachh Bharat Jai hind m

2010

payal priyadarshini_7 5 বছৰ 6 হিচাপপূৰ্বে

Respected Sir,
We will celebrate Good Governance day on 25 december and for this Digitalisation doing well work.Digitlisation is a mark of A better future.Because of this corruption will decrease and all get a chance to meet directly with government.
Thank you