You don't have javascript enabled. Please Enabled javascript for better performance.

স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচন (Digitization)-ৰ গুৰুত্ব

Start Date: 10-12-2019
End Date: 31-12-2021

আধুনিক ভাৰতৰ ৰূপকাৰ, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আধুনিক ভাৰতৰ ৰূপকাৰ, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱে ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগ্ৰত কৰিছিল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰবাৰত আমাৰ স্থিতি শক্তিশালী কৰিছিল । এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰিছিল । এইগৰাকী আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টাৰ জন্মদিন তথা ২৫ ডিচেম্বৰৰ দিনটো প্ৰতি বছৰে সমগ্ৰ দেশজুৰি সু-শাসন দিৱস হিচাবে পালন কৰা হয়।

সাম্প্ৰতিক সময়ত আমাৰ দৈনন্দিন জীৱন ধাৰণত ডিজিটেল ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এক শক্তিশালী শাসন ব্যৱস্থাৰ বাবেও ডিজিটেল মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়টো কেতিয়াও নুই কৰিব নোৱাৰি। স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচনে ব্যৱসায়িক লেন-দেন, নিয়োগ, শিক্ষা আদি ক্ষেত্ৰসমূহত যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিছে।

সু-শাসন দিৱসৰ প্ৰাকক্ষণত জনতাৰ চৰকাৰ মাই গভ অসমৰ দ্বাৰা স্বচ্ছ প্ৰশাসন ব্যৱস্থাত ডিজিটাইজেচন (Digitization)-ৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা লগতে এই ব্যৱস্থাক অধিক উন্নত আাৰু ক্ষীপ্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত ৰাইজৰ মতামত তথা দিহা-পৰামৰ্শ আাহ্বান কৰা হৈছে। লগতে এই ক্ষেত্ৰত নিজা অভিজ্ঞতাৰ বিষয়েও সবিশেষ লিখি কাৰ্য শিতানৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে।
আপোনাৰ মতামত প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য হিচাবে।

সকলো মন্তব্য
Reset
94 তথ্য পোৱা গ’ল
692140

JAYANTA TOPADAR 4 বছৰ 2 সপ্তাহ পূৰ্বে

Sir,
Change is the law of nature and it is obviously needed in the better administration of the Govt. machinery. The world is fast changing, and it is very necessary to transform the mechanism. And thus, digital upgradation and advancement is desired to be taken into account. If our syste of governance becomes completely digitalized, then the central control would be quite easier and the future of the nation would be brighter and better Ir is the need of the hour to start changing.

692140

JAYANTA TOPADAR 4 বছৰ 2 সপ্তাহ পূৰ্বে

Sir,
Digitization upgrades the entire system of any government mechanism. Through a complete digitized administrative set-up the execution of the duties and responsibilities become easy. In comparison with the traditional offline workload,today's upgraded figured administration is far better. I support a new dimension in quest of a strengthened people-to-people contact and a consolidated ideas of innovation &inspiration to fulfil our target or goal with perfection & ACCOUNTABILITY.

692140

JAYANTA TOPADAR 4 বছৰ 1 monthপূৰ্বে

Sir,
With the advancement of digitization, our Govt. gets wings of fire to do away with any unexpected hurdle on its way. Without digital system, any Govt. machinery will lose its track of activities in no time. Far & wide, today's world respects the one who SAVES TIME,ENERGY & otherwise. It is only through the present system of Digital India that we have regained our FAITH in our Govt. There is NO SECOND THOUGHT that computer science & modern technological development, our nation WORKS WONDER!

150230

Jyotiska boruah 4 বছৰ 1 monthপূৰ্বে

বিশেষকৈ গাঁও পঞ্চায়ত সমূহ ডিজিটেল ইণ্ডিয়াৰ কায্যকৰী কৰি দিয়াটো উচিত বুলি ভাৱো ৷কমন চাৰ্ভিছ চেন্টাৰ বোৰ তাত সংলগ্ন কৰাৰ কাম অতি শীঘ্ৰে সমাপ্ত কৰিৱ লাগে,৷জনসাধাৰণে চৰকাৰী যি কোনো কামৰ আঁচনি,বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ সুবিধা হোৱাৰ লগতে বহু কথা ইয়াৰ যোগেদি জানিৱ পাৰিৱ ৷লগতে গাঁও সভা সমূহ ভিডিও কনফাৰেন্স যোগেদি জনতাৰ উপস্হিতি,আঁচনিৰ সফল ৰূপায়ন হৱ বুলি ভাৱো ৷আৰু এইবিলাক ডিজিটেল লাইভ কৰি প্ৰদৰ্শন হৈ থাকিলে উৰ্ধতম কৰ্তৃপক্ষয়েও দূৰৰ পৰাই সেইবোৰ নিৰীক্ষণ কৰাৰ ওপৰিও আসোঁৱাহ বোৰ তৎকালে জনাই দিৱ পাৰিৱ ৷

293010

Dr Krishajit Baruah 4 বছৰ 1 monthপূৰ্বে

This days digital services are important for all sites, the all Assam is going to develop their lifestyles and their demands are increase.So, the peoples always hunger for Cash, in Google Play Store has thousands of adds distribute loans by the private companies, the company was attract to the customers for their fake business, recovered with high interest rates and short tenure. I request stop the finance companies and block from Assam digital services. Thanks.

293010

Dr Krishajit Baruah 4 বছৰ 2 হিচাপপূৰ্বে

I request to the Assam Govt. that kindly save the poor and middle class families from the private and govt.finance companies, the peoples are unable to repayments timely for their genuine problems, and the banks are always harassment to the peoples while recovering the loans. We are regularly paid our taxes to the government all kinds of financial purposes. So, it's duty to safe from fault finance companies and their policies also defaults loans or repayments. Thanks.

181250

Tularam Pradhan 4 বছৰ 2 হিচাপপূৰ্বে

Digitalization India is a campaign launched by the Government of India to ensure that Government services are made available to citizens electronically by improving online infrastructure and by increasing Internet connectivity or by making the country digitally empowered in the field of technology.