You don't have javascript enabled. Please Enabled javascript for better performance.

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাক সফলতাৰ দিশেৰে লৈ যোৱাৰ ক্ষেত্ৰত পৰামৰ্শৰ আহ্বান

Start Date: 07-04-2017
End Date: 11-05-2017

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ মাননীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ২০১৬-১৭ বৰ্ষৰ বিত্তীয় বৰ্ষত মুকলি কৰিছিল। ইয়াৰ মুল লক্ষ্য হ’ল ২০২১-২২ বৰ্ষৰ ভিতৰত কৃষিৰ আয় দুগুণলৈ বৃদ্ধি কৰা।এই আঁচনিয়ে ব্যাপক পৰিৱৰ্তনৰ যোগেদি গাঁৱৰ কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰতিখন ৰেভিনিউ গাঁও সাঙুৰি পোনপটীয়া আৰ্থিক কাৰ্যপ্ৰণালী, বজাৰ সৃষ্টি, সমূহীয়া কৰ্ম আদিৰ ওপৰত এই আঁচনিৰ কাৰ্যব্যৱস্থা কেন্দ্ৰীভূত হৈ থাকিব।
এই আঁচনিৰ নটা মূল দৃষ্টিভংগী হৈছে :
• মীন পালনৰ লক্ষ্য
• দুগ্ধ লক্ষ্য
• জৈৱিক লক্ষ্য
• ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ লক্ষ্য
• ৰেচম, খাদী আৰু কুটীৰ উদ্যোগ লক্ষ্য
• পথ আৰু ব্ৰডবেণ্ড সংযোগকৰণ লক্ষ্য
• চেমি প্ৰচেছিং, প্ৰচেছিং আৰু বজাৰ সৃষ্টি লক্ষ্য
• যুৱ – যোগ – ক্ৰীড়া লক্ষ্য
• ই-গ্ৰাম লক্ষ্য
অসম চৰকাৰে জনসাধাৰণৰ পৰা বিভিন্ন দিশত এই আঁচনিক সাফল্য কৰি তুলিবলৈ দিহা, পৰামৰ্শ তথা মতামত বিচাৰিছে।
যোগদানৰ অন্তিম তাৰিখ : ১০ মে, ২০১৭

সকলো মন্তব্য
#Assam, #MyGov, #ChiefMinisterSamagraGramyaUnnayanYojana, #CMSGUY
Reset
87 তথ্য পোৱা গ’ল
14440

Manoj bhardwaj 8 বছৰ 3 হিচাপপূৰ্বে

Sir first of all I thank you for the platform provided to us to share our views,
Sir development of any place say it urban or rural mainly depend on its infrastructure,in Assam the condition of roads should be given more priority then only we can deliver what we dream, Sir I suggest you that a citizen committee should be created to check the work done by the contractor ,after green signal from this committee only the fund should be released .

540

Nayan Bora 8 বছৰ 3 হিচাপপূৰ্বে

It has been experiencing that the main problem for development of agriculture and allied sector in Assam is poor delivering and transferring of technology to grassroots level.The infrastructure for getting appropriate technology and problem solving is still lacking. However, the resource persons (technologists) who actually transfer the technology are not at par with up-to-date knowledge. Farmers do not get advice at their doorstep and so each village should have modern knowledge centre.

1170

Anurag Gogoi 8 বছৰ 3 হিচাপপূৰ্বে

I think our goverment take initiatives to use the skileed man power first. All the skilled man power maximum migrate to metro cities like delhi,banglore!!! And also make some good industry to employe the young youth!!!
In the health side assam is progessing rapidly!!
But shortage of medical college and paramedical institute it result shortsge of qualified doctors and other medical professionals...at first give interest in employbility of youth!!!

370

Pulok Roy 8 বছৰ 3 হিচাপপূৰ্বে

অসমত খেতিয়কৰ income double কৰিব হলে প্ৰথমতে খেতিয়ক সকলোক উন্নত সা-সজুলি যোগান ধৰিব লাগিব | ত্রই যন্ত্ৰসমূহ পঞ্চায়ত সমুহৰ জৰিয়তে ভাৰাত যোগান ধৰিলে বিতৰন কৰা সময়ৰ দুৰ্নীতিও হ্ৰাস পাব আৰু ৰাজহ সংগ্ৰহ কৰিব পৰা যাব |
Soil Health Card অৰ ব্যাপক প্ৰচলনে খেতিয়ক সকলোক কোন সময়ত কি খেতি আৰু কি সাৰ দিব লাগিব তাৰ প্ৰতি সচেতন কৰি তুলিব | কিন্তু ত্রই ব্যৱস্হাটো ভেকভায়নাত পৰিনত হব নালাগিব |
Organic ভাৱে কেনেদৰে খেতি কৰিব লাগে তাৰ বিষয়ে আমাৰ খেতিয়ক সকলোৰ বেচি ভাগৰে জ্ঞান সীমিত |

170

Partha_14 8 বছৰ 3 হিচাপপূৰ্বে

I am from Sibsagar,Assam and I would like to know when I can able to take benefit of "Solar on grid Net Metering"? I am interested to install roof top solar in my village, but when I approached Electricity board, they said they don't have any schemes for that. The engineer not even heard of"Net Metering On Grid Solar".

  •