You don't have javascript enabled. Please Enabled javascript for better performance.

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাক সফলতাৰ দিশেৰে লৈ যোৱাৰ ক্ষেত্ৰত পৰামৰ্শৰ আহ্বান

Start Date: 07-04-2017
End Date: 11-05-2017

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ মাননীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ২০১৬-১৭ বৰ্ষৰ বিত্তীয় বৰ্ষত মুকলি কৰিছিল। ইয়াৰ মুল লক্ষ্য হ’ল ২০২১-২২ বৰ্ষৰ ভিতৰত কৃষিৰ আয় দুগুণলৈ বৃদ্ধি কৰা।এই আঁচনিয়ে ব্যাপক পৰিৱৰ্তনৰ যোগেদি গাঁৱৰ কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰতিখন ৰেভিনিউ গাঁও সাঙুৰি পোনপটীয়া আৰ্থিক কাৰ্যপ্ৰণালী, বজাৰ সৃষ্টি, সমূহীয়া কৰ্ম আদিৰ ওপৰত এই আঁচনিৰ কাৰ্যব্যৱস্থা কেন্দ্ৰীভূত হৈ থাকিব।
এই আঁচনিৰ নটা মূল দৃষ্টিভংগী হৈছে :
• মীন পালনৰ লক্ষ্য
• দুগ্ধ লক্ষ্য
• জৈৱিক লক্ষ্য
• ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ লক্ষ্য
• ৰেচম, খাদী আৰু কুটীৰ উদ্যোগ লক্ষ্য
• পথ আৰু ব্ৰডবেণ্ড সংযোগকৰণ লক্ষ্য
• চেমি প্ৰচেছিং, প্ৰচেছিং আৰু বজাৰ সৃষ্টি লক্ষ্য
• যুৱ – যোগ – ক্ৰীড়া লক্ষ্য
• ই-গ্ৰাম লক্ষ্য
অসম চৰকাৰে জনসাধাৰণৰ পৰা বিভিন্ন দিশত এই আঁচনিক সাফল্য কৰি তুলিবলৈ দিহা, পৰামৰ্শ তথা মতামত বিচাৰিছে।
যোগদানৰ অন্তিম তাৰিখ : ১০ মে, ২০১৭

সকলো মন্তব্য
#Assam, #MyGov, #ChiefMinisterSamagraGramyaUnnayanYojana, #CMSGUY
Reset
87 তথ্য পোৱা গ’ল
580

Trideep Das 8 বছৰ 3 হিচাপপূৰ্বে

Communication is the most important part of any successful entity. Communication in this case would be proper maintained roads to connect with every city and town. Govt. should also introduce luggage vehicles to bring village products to cities. That way farmers and handloom products could to distribute to all major cities in Assam.

1810

Kuseswar Prasad 8 বছৰ 3 হিচাপপূৰ্বে

Sir,
To be bitter truth is that most Assamese people are not willing to do farming. Most of the Bangladeshi take land on loan to do farming and sell them at the local market. Also the idea of multiple crop in a year is missing. If once the rice is grown the farm land are just kept vacant for rest of the year. Why cant our Assam be the hub for organic industry. Our Govt need to give incentives and befits whoever start organic industry and sell the products at national and international level.

1970

TIRTHA SARMA 8 বছৰ 3 হিচাপপূৰ্বে

Namaskar.
Thank you for joining directly with us. This bridge will tighten our bond for a prosperous Bor Asom.
Chief Ministers Samagra Gramya Unnayan Jojana reflects the desireness of this Govt. for a structural change starting from the villages. If it works my village will definitely change. I am from village Bhuktabari, Darrang,Assam which is only 63 km away from Gueahati. But still there is no road. Hope the present situation will change after proper implementation of this Jojana.

580

ashim bora 8 বছৰ 3 হিচাপপূৰ্বে

1) সৰ্বপ্ৰথমে প্ৰত্যেক ৰাজহ গাঁৱতে একোটাকৈ যুৱ কেন্দ্ৰ স্হাপন কৰিব লাগে,যি হৱ cmsguy ৰ প্ৰধান কেন্দ্ৰ৷কেন্দ্ৰটোৰ গঠন আৰু পৰিচালনা নীতি চৰকাৰী ভাৱে ঠিৰ কৰি দিব লাগে৷সেই কেন্দ্ৰটো ৰ লগতে একোটি পুখুৰীৰ ব্যৱস্হা কৰিব লাগে৷
2)প্ৰত্যেক বছৰে মাৰ্চ মাহৰ পৰা উক্ত পুখুৰীত মাছৰ পোনা সুলভ মূল্যত উপলব্ধ কৰাব লাগে৷
3) উক্ত কেন্দ্ৰত চৰকাৰী পশু চিকিৎসক দ্বাৰা পশুৰ কৃত্ৰিম প্ৰজনন,বন্ধ্যাকৰণৰ ব্যৱস্হা কৰিব লাগে৷
4) গাৱত উৎপাদিত গাখীৰ উক্ত কেন্দ্ৰৰ দ্বাৰাই সমবায় ব্যৱস্হাৰ দ্বাৰা বিক্ৰিৰ ব্যৱস্হা কৰিব লাগে৷

170

Biplob Mahanta 8 বছৰ 3 হিচাপপূৰ্বে

চৰকাৰৰ সৈতে পোনপতিয়াভাবে কথা পতাৰ সুবিধা কৰি দিয়া বাবে ধন্যবাদ তথা অভিনন্দন জনালো|
আমাৰ অসমৰ চুকে কোনে অলেখ ক্ৰীড়া প্ৰতীভা লুকাই আছে তাত কোনো দ্বিমত নাই| কিন্তু সেই প্ৰতীভা সমূহক উদগনী দিবলৈ লোৱা ব্যৱস্থাসমূহে সম্পূৰ্ণভাবে সফল হৈছে বুলি কব নোৱাৰি| হয়তো ইয়াৰ বাবে আৰু সৰহ সংখ্যক ক্ৰীড়া আৰু শাৰীৰিক শিক্ষকৰ প্ৰয়োজন আছে| গতিকে অন্তত হাইস্কুল পৰ্য্যয় পৰা ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাক নিয়মীয়া বিষয় হিচাবে অন্তৰ্ভূক্ত কৰিবলৈ অনোৰুধ জনালো|
ধন্যবাদ

370

Anupam Roy 8 বছৰ 3 হিচাপপূৰ্বে

Respected Sir,

Kachakhana Mv School (Kachakhana, Dhubri, Assam, Postal Code: 783334) was established in 1857. I believe it is one of the oldest govt. school in Assam and should be termed as "heritage schools" and should be preserved its glorious past. I can see some normal development of that school since I passed out, and I think Dept. of Education is not focused on preserving its heritage.

440

Narendra Singh 8 বছৰ 3 হিচাপপূৰ্বে

This School is belonging to Art of Living in Assam was crushed to the ground by a very strong rain storm, Its very sad to sharing this photos with you all, But now we need your help and contribution to rebuild it again. Please support and lets show our unity with the staff there and our caring for the students

7440

Mintu Saikia 8 বছৰ 3 হিচাপপূৰ্বে

Moi aapunak eadin Construction Labour Union aru Unorganised Worker's Labour Union meeting eakhonot matibo bisaru in Lakhimpur District. Kanakoi Lakhimpur District gutea assamR vitorot Beneficiary Registration khtrot No.1 District hol. So moi eayai kobo bisaru ja preparation and presentation val hobo lagea. Haya lagilea framer burok double benefits diyai hok oathoba kunu manuhor pora vote bisorai hok. Hokolu nirvor korea aapuni kak keanadora dibo bisarea. Eyai hoisa porikolpona, eyai hoisa niti..

7440

Mintu Saikia 8 বছৰ 3 হিচাপপূৰ্বে

Sorkari আচনি homuh hokolu raijea nojona karonea bohu problem hoi.Hoahoj horol toatha khati gaauliya bhakhat jodi raijor utchrot sorkari hubidha homuh loi jabo pari haya utom hooi.Sorkai bohu aachoni raijea nojonar karonea ei kajyat porinot nohoi. Yar karonea SHG, Labour Union, Trade Union, NGO and MAHG hohai lobo pari. Eai khatrot moi aapunak Labour Union Organised kora meeting example dibo bisaru. Aru ata kotha meetingOT Govt. aachoni kotha kanakoi kobo lagea hayau jona hobo lagea.