You don't have javascript enabled. Please Enabled javascript for better performance.

পৰীক্ষাৰ সময়ত সন্তানৰ মানসিক চাপ আঁতৰ কৰাৰ উপায়

Start Date: 27-01-2020
End Date: 09-03-2020

পৰীক্ষাৰ দিন কাষ চপাৰ লগে লগে বহু শিক্ষাৰ্থীৰ মানসিক চাপ বৃদ্ধি ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পৰীক্ষাৰ দিন কাষ চপাৰ লগে লগে বহু শিক্ষাৰ্থীৰ মানসিক চাপ বৃদ্ধি পাবলৈ লয় । কেতিয়াবা এই সমস্যা অতি গুৰুতৰ হৈ পৰা পৰাৰ ফলত উদ্বিগ্নতা, চকুৰ সমস্যা, গাৰ বিষ ইত্যাদিকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়া পৰিলক্ষিত হয়।
ইয়াৰ উপৰিও অভিভাৱকৰ অসচেতনতা তথা সন্তানৰ ওপৰত অত্যাধিক পঢ়াৰ হেঁচা প্ৰয়োগৰ ফলতো তেওঁলোকৰ মানসিক চাপ যথেষ্ট বৃদ্ধি পায়। যাৰ ফলত বহু শিক্ষাৰ্থী ভাল ফলাফল লাভ কৰাৰ ক্ষেত্ৰতো পিছপৰি ৰ’বলগীয়া হয়। কেৱল মানসিকভাৱেই নহয় শাৰীৰিক দিশতো ই অত্যন্ত ক্ষতিকাৰক।
পৰীক্ষাৰ সময়ছোৱাত শিক্ষাৰ্থীৰ মানসিক চাপ আঁতৰ কৰাৰ ক্ষেত্ৰত জনতাৰ চৰকাৰ মাই গভ্ অসমে সকলো অভিভাৱক, শিক্ষক তথা সচেতন নাগৰিকৰ পৰা পৰামৰ্শৰ আহ্বান কৰিছে। এই মূল্যৱান দিহা-পৰামৰ্শ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে যথেষ্ট সহায়ক হ’ব।

পৰামৰ্শ তলত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
68 তথ্য পোৱা গ’ল

Vikash Kumar Pandey 5 বছৰ 7 হিচাপপূৰ্বে

Exam stress affects most students in varying ways. It is important to manage this stress and find little ways of helping to eliminate the risk of burnout.

For some students, exams can be a breeze; revision is second nature to them and they could ace an exam with their eyes closed. But for others, sweaty palms and heart palpitations are just a part of the territory, and it seems that nothing is more impossible than sitting down and revising. Here are some handy tips that can help to dissipate

Mayur Anjan Kakati 5 বছৰ 7 হিচাপপূৰ্বে

বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰা৷
অভাৱ অনুভব কৰিব দিব নালাগে৷
অত্যাধিক পঢ়াৰ হেচা দিব নালাগে৷
খোৱা-বোৱাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে৷
অয়ৰণযুক্ত খাদ্য খোৱাব লাগে৷
সয়ম অনুসৰি সন্তানৰ সৈতে ধেমালি কৰিব লাগে৷
ইত্যাদি ইত্যাদি৷

Suman Hazarika 5 বছৰ 7 হিচাপপূৰ্বে

পূৰ্বৰ আৰ্হি প্ৰশ্ন কাকত চাই এটা ধাৰণা কৰি দৰকাৰী কথাবোৰ সাৱলীলভাৱে পঢ়ি যাব লাগে।। তদুপৰি, পুষ্টিকাৰক খাদ্য তথা স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে, টোপনি খতি কৰিব নালাগে, সৰ্বশক্তিমান জনক প্ৰাৰ্থনা কৰিব লাগে, ফলাফলক লৈ অধিক চিন্তিত হ'ব নালাগে, মনটো পজিটিভ ৰাখিব লাগে ইত্যাদি ইত্যাদি।।

Shivangi Manjhwar 5 বছৰ 7 হিচাপপূৰ্বে

I passed my Board exams in 2014 and 2016.First time when will you give board exam you will fell nervous but after that you will feel like that this is normal exam.You should never feel nervous when you are in exam hall.So, relax and give your paper very patiencely and happily.
Thank you

  •