You don't have javascript enabled. Please Enabled javascript for better performance.

পৰীক্ষাৰ সময়ত সন্তানৰ মানসিক চাপ আঁতৰ কৰাৰ উপায়

Start Date: 27-01-2020
End Date: 09-03-2020

পৰীক্ষাৰ দিন কাষ চপাৰ লগে লগে বহু শিক্ষাৰ্থীৰ মানসিক চাপ বৃদ্ধি ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পৰীক্ষাৰ দিন কাষ চপাৰ লগে লগে বহু শিক্ষাৰ্থীৰ মানসিক চাপ বৃদ্ধি পাবলৈ লয় । কেতিয়াবা এই সমস্যা অতি গুৰুতৰ হৈ পৰা পৰাৰ ফলত উদ্বিগ্নতা, চকুৰ সমস্যা, গাৰ বিষ ইত্যাদিকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়া পৰিলক্ষিত হয়।
ইয়াৰ উপৰিও অভিভাৱকৰ অসচেতনতা তথা সন্তানৰ ওপৰত অত্যাধিক পঢ়াৰ হেঁচা প্ৰয়োগৰ ফলতো তেওঁলোকৰ মানসিক চাপ যথেষ্ট বৃদ্ধি পায়। যাৰ ফলত বহু শিক্ষাৰ্থী ভাল ফলাফল লাভ কৰাৰ ক্ষেত্ৰতো পিছপৰি ৰ’বলগীয়া হয়। কেৱল মানসিকভাৱেই নহয় শাৰীৰিক দিশতো ই অত্যন্ত ক্ষতিকাৰক।
পৰীক্ষাৰ সময়ছোৱাত শিক্ষাৰ্থীৰ মানসিক চাপ আঁতৰ কৰাৰ ক্ষেত্ৰত জনতাৰ চৰকাৰ মাই গভ্ অসমে সকলো অভিভাৱক, শিক্ষক তথা সচেতন নাগৰিকৰ পৰা পৰামৰ্শৰ আহ্বান কৰিছে। এই মূল্যৱান দিহা-পৰামৰ্শ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে যথেষ্ট সহায়ক হ’ব।

পৰামৰ্শ তলত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
68 তথ্য পোৱা গ’ল

Bhawna 5 বছৰ 7 হিচাপপূৰ্বে

Speak to someone
If the stress gets to a point where it is overwhelming, and is affecting your day-to-day life, try and speak to someone about it. Your university or school should have a service where you can speak to people about your concerns, and will be able to offer more advice on how to manage it.

Bhawna 5 বছৰ 7 হিচাপপূৰ্বে

Chances are you’re doing just fine, and listening to other people talk about what they’ve learnt will only stress you out and may make you feel like you aren't progressing as well as them. Plus, if they themselves are stressed this can rub off on to you and other people’s stress is not what you need right now.