You don't have javascript enabled. Please Enabled javascript for better performance.

তথ্য-প্ৰযুক্তিৰ সহায়েৰে শিক্ষাদান সন্দৰ্ভত শিক্ষাৰ্থীৰ অভিজ্ঞতা

Start Date: 26-04-2020
End Date: 31-12-2020

ক’ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বজুৰি জনজীৱন স্তব্ধ হৈ পৰিছে। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক’ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বজুৰি জনজীৱন স্তব্ধ হৈ পৰিছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো দিশতে পৰিস্থিতি জটিল হৈ পৰাৰ সমান্তৰালভাৱে শিক্ষা খণ্ডতো ইয়াৰ এক বিৰূপ প্ৰভাৱ পৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনেই হ’ল সৰ্বশ্ৰেষ্ঠ উপায়। সেয়েহে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই দেশৰ সকলো কাৰ্যালয়, প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ ৰখাৰ লগতে সকলো শিক্ষানুষ্ঠান দীৰ্ঘদিন ধৰি বন্ধ ৰখা হৈছে।

এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ সুবিধা তথা ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়সমূহে অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বিভিন্ন ধৰণেৰে তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ নিয়মীয়াকৈ শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে।

লকডাউনৰ সময়ছোৱাত এগৰাকী শিক্ষাৰ্থী হিচাবে শিক্ষা গ্ৰহণৰ দিশত তথ্য-প্ৰযুক্তিৰ দ্বাৰা আপুনি কিদৰে উপকৃত হৈছে ? এই সন্দৰ্ভত আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰক । তলত মন্তব্য আকাৰে নিজৰ অভিজ্ঞতাৰ বিষয়ে সবিশেষ লিখি প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
93 তথ্য পোৱা গ’ল
8140

PRANJAL SAIKIA 4 বছৰ 1 সপ্তাহ পূৰ্বে

নমস্কাৰ, মোৰ নাম শ্ৰী আয়ুষ্মণ শইকীয়া, মই নাজিৰা ST Peter's স্কুলত ক্লাছ 2 ত পঢ়ি আছোঁ। সমগ্ৰ বিশ্বজুৰি যি মহামাৰী বেমাৰ হৈ আছে আমাৰ স্কুল বন্ধ হৈ আছে। আমাৰ ছাৰ/ বাইদেউ সতে আমাক মোৰ মা মোবাইল ত Whatsapp ত আমাক ক্লাছ কৰি আছে, আৰু zoom app ত ও আমাক ক্লাছ কৰি আছে, এই আধুনিক মাধ্যয়মত পঢ়ি আমাৰ স্কুলত থকা দৰে পঢ়ি ভাল লাগিছে, আৰু আমি এই মহামাৰী বেমাৰ পৰা হাত সাৰি আছোঁ।

83540

Deepak Singhal 4 বছৰ 1 সপ্তাহ পূৰ্বে

नमस्कार मुख्यमंत्री जी ,देश की जनता हमेशा मार्ग दर्शक के पीछे ही होती है यदि ,वे अपना उत्तरदायित्व का निर्वहन सही से करती है,इस वैश्विक महामारी के समय तो सभी आप ही की और देख रही है देश के लिए हर समय सेवा के लिए तैयार है, राष्ट्र धर्म सब से ऊपर।

7620

SANDIP DAS sandiphkd@gmail.com 4 বছৰ 1 সপ্তাহ পূৰ্বে

#ServingStudents
#AssamFightCorona
The education using ICT was a dream like matter especially for government schools. But during Lockdown it has become a reality. Almost every school participated through this. Those teachers who never used the whatsApp in their life they also participated and gained much knowledge. In my opinion the online class should made a mandatory matter for all institutions even after the end of lockdown and covid-19 Pandemic.

Thanks and Regards
Sandip Das,Karimganj

293010

Dr Krishajit Baruah 4 বছৰ 1 সপ্তাহ পূৰ্বে

How can secure our social or Google accounts. Friends and guides I supporting with you for secure our accounts,and safe from the hackers. So, carefully read the instructions about security help guides and go to Google help center, writing correctly words which is needs for searching, don't over clicking or tap unnecessary. Asking the expert if you have troubles shooting your accounts.

293010

Dr Krishajit Baruah 4 বছৰ 1 সপ্তাহ পূৰ্বে

We needs more technical experts, webmasters and admins correctly accessing the digital services and security of the students accounts and also their data's. Some time it can hacking by hackers and copying the datas. So, government has helping those students who are lost data's by the hacker. It's common in Indian students are can't secures their accounts and can't correctly setting their account or devices correctly.

293010

Dr Krishajit Baruah 4 বছৰ 1 সপ্তাহ পূৰ্বে

I proud my self we are actively access the digital services of India. But this days in YouTube has presents many false or fake news and adds as well as our most popular Bank SBI has adds in YouTube frouds,the actual policies of SBI. So, government needs to stop this kinds of Apps and Adds from Indian digital services also motivate and awareness to the students do not attract those services.