You don't have javascript enabled. Please Enabled javascript for better performance.

তথ্য-প্ৰযুক্তিৰ সহায়েৰে শিক্ষাদান সন্দৰ্ভত শিক্ষাৰ্থীৰ অভিজ্ঞতা

Start Date: 26-04-2020
End Date: 31-12-2020

ক’ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বজুৰি জনজীৱন স্তব্ধ হৈ পৰিছে। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক’ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বজুৰি জনজীৱন স্তব্ধ হৈ পৰিছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো দিশতে পৰিস্থিতি জটিল হৈ পৰাৰ সমান্তৰালভাৱে শিক্ষা খণ্ডতো ইয়াৰ এক বিৰূপ প্ৰভাৱ পৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনেই হ’ল সৰ্বশ্ৰেষ্ঠ উপায়। সেয়েহে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই দেশৰ সকলো কাৰ্যালয়, প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ ৰখাৰ লগতে সকলো শিক্ষানুষ্ঠান দীৰ্ঘদিন ধৰি বন্ধ ৰখা হৈছে।

এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ সুবিধা তথা ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়সমূহে অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বিভিন্ন ধৰণেৰে তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ নিয়মীয়াকৈ শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে।

লকডাউনৰ সময়ছোৱাত এগৰাকী শিক্ষাৰ্থী হিচাবে শিক্ষা গ্ৰহণৰ দিশত তথ্য-প্ৰযুক্তিৰ দ্বাৰা আপুনি কিদৰে উপকৃত হৈছে ? এই সন্দৰ্ভত আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰক । তলত মন্তব্য আকাৰে নিজৰ অভিজ্ঞতাৰ বিষয়ে সবিশেষ লিখি প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
93 তথ্য পোৱা গ’ল
209320

Dheeraj Kumar 3 বছৰ 10 হিচাপপূৰ্বে

Tecnology is one of the best weapon in modern times.These days we can visit whole world with the help of technolog. In this epidemics we can read, learn, entertain with our favorite program and talk to our helper like milkman, fruit seller and take advice with the doctor with the help of technology.We can't live without technology at present.

150230

Jyotiska boruah 3 বছৰ 10 হিচাপপূৰ্বে

লক ডাউনৰ সময়ত এই পদ্ধতিয়ে শিক্ষাৰ্থী সকলক বহু উপকৃত কৰিছে ৷ বৰ্তমান সময়ত আমাৰ চৰকাৰখনৰো যথেষ্ট লৱগীয়া আৰু কিছুমান ভূমিকা আছে ৷ বৰ্তমান কেৱল শিক্ষাৰ ক্ষেত্ৰতেই নহয় কৃষিৰ ক্ষেত্ৰতো কৃষক সকলক এনে কিছুমান পদক্ষেপ লোৱাৰ ওপৰিও কৃষক সকলক কৃষি ভিত্তিক পঞ্জীয়ন কৰি আধুনীক প্ৰযুক্তি বিদ্যাৰ মাধ্যমৰ যোগেদি যিকোনো সমস্যা সমাধানৰ পদক্ষেপ ললে নথৈ সুখী হম ৷ জৈৱিক আৰু অজৈৱিক পদ্ধতিৰে কোনবিলাক খেতিয়কে কোনবিধ খেতি কৰিছে এক পঞ্জীকৰনৰ জৰিয়তে এনে মাধ্যমৰ জৰিয়তে বজাৰৰ চাহিদা নিয়ন্ত্ৰন হৱ ৷

293010

Dr Krishajit Baruah 3 বছৰ 10 হিচাপপূৰ্বে

Our government has trying to back home those peoples who work in other state.They needs to help govt.as trying safety life.In our state have trying to complete the campuses where the peoples can stay safely, because there are various problems as comfortable rooms, Toilets, bathroom, ect. The available facilities is not sufficient.

679940

JAYANTA TOPADAR 3 বছৰ 10 হিচাপপূৰ্বে

Technology is the backbone of any system of work or any sector in this society. It is on the technological backbone that our national economy depends. Our socioeconomic development is indeed upgraded through the proper use of technology.
Online teaching & learning is continuing due to technological wonder & no doubt those who have an access to online mode, he or she will never reamain backward in life. He or she will definitely get his or her goal right there! Go digital & develop!

679940

JAYANTA TOPADAR 3 বছৰ 10 হিচাপপূৰ্বে

Online Teaching and Learning works wonder and today the teachers and the students who have an access to online mode of Education have been benefited by the utmost use of Technology. In the long run, this mode of education will be the sole remedy for a fruitful result.

62540

samit chakraborty 3 বছৰ 10 হিচাপপূৰ্বে

Technology use a very good steps for today's world and its necessary to upgrade us technologically by day to day work and students also take the more advantage from technology for their knowledge & growth of
career. Jai Assam Jai HBS JAI SB CM ASSAM JAI HIND BHARAT MATA KI JAI JAI ASOM SVE ASSAM