You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ চহৰ, আমাৰ দায়িত্ব

Start Date: 17-03-2018
End Date: 01-03-2019

স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)-য়ে ৰাজ্যখনৰ নগৰীয়া অঞ্চলসমূহ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)-য়ে ৰাজ্যখনৰ নগৰীয়া অঞ্চলসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। এই বিভিন্ন উদ্যোগ সমূহৰ ভিতৰতে স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)-য়ে ‘মাই গভ্‍ অসম’ৰ সহযোগত চাফ-চিকুণতাত জনসাধাৰণৰ যোগদান নিশ্চিত কৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে। কোনো লোকে ৰাজহুৱা স্থানত থু-পিক্‍ পেলাই অথবা আৱৰ্জনা পেলাই লেতেৰা কৰিলে এগৰাকী সচেতন নাগৰিক হিচাবে আপোনাক তেনে লোকৰ ফটো অথবা ভিডিঅ’ মাই গভ্‍ অসমলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হ’ল।

প্ৰেৰকৰ পৰিচয় গোপনে ৰখা হ’ব আৰু উপযুক্ত প্ৰেৰকক পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

সকলো মন্তব্য
Reset
14 তথ্য পোৱা গ’ল
4450

kishan paul 6 বছৰ 11 ঘন্টা পূৰ্বে

town porishkar thaka r na thaka sompurno oi town er manush gular upor depend kore kno na unara jodi tik na hon thle kokno road clean tkbe na thle age manush nje tik hote hbe jekane sekane thu thu fela kuno kichu keyei direct rastai fele deua erkm bondo korte hbe sarkar kichu emon step neuk jate keu kichu rastai felle direct fine borte hobe thle prochur bekar manush job o pabe r town clean o takbe

220

RAJENDRA KUMAR DAS 6 বছৰ 6 দিন পূৰ্বে

নিজৰ ঘৰখন যেনেকৈ পৰিস্কাৰ কৰি ৰখা হয় ঠিক তেনেকৈ আমাৰ চুবুৰি ,নগৰ. পৰিস্কাৰ কৰি ৰখাটো প্ৰতিজন ভাৰতীয় কৰণিয়...আনকো কওক পৰিস্কাৰকৈ ৰখা কথা...সুস্হ পৰিবেশ-সুস্হ শৰীৰ..

  •