You don't have javascript enabled. Please Enabled javascript for better performance.

অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিতক নিপুণ আৰু সক্ৰিয় কৰি তোলাৰ বাবে পৰামৰ্শ

Start Date: 30-08-2017
End Date: 30-09-2017

অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত (APDCL), ২৩ অক্টোবৰ ২০০৯ চনত স্থাপিত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত (APDCL), ২৩ অক্টোবৰ ২০০৯ চনত স্থাপিত অসম চৰকাৰৰ এটা ৰাজহুৱা কোম্পানী। এই কোম্পানীয়ে অসম আৰু অসমৰ বাহিৰত বিদ্যুত বিতৰণ, বাণিজ্য, যোগানৰ ক্ষেত্ৰত কাম কৰি আহিছে।

APDCL-য়ে বৰ্তমান এক সৰ্বাত্মক দৃষ্টিভংগীৰে অসমৰ কৃষি আৰু উদ্যোগ খণ্ডত বিদ্যুত যোগান, নগৰীয়া আৰু গ্ৰাম্যাঞ্চল সমূহলৈ বৈদ্যুতিক যোগানেৰে উচ্চ প্ৰযুক্তিৰ সহায়ত গ্ৰাহকলৈ সেৱা আগঢ়োৱাৰ ক্ষেত্ৰত এক অনুঘটকৰ কাম কৰাৰ প্ৰয়াস কৰি আহিছে।
APDCL ৰ লক্ষ্য সমূহ তেতিয়াহে ফলপ্ৰসূ হ’ব যেতিয়া জনসাধাৰণে ইয়াত নিজৰ পৰামৰ্শ তথা মতামতেৰে সহায় কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অসমখনক সৰ্বাঙ্গীন দিশত উন্নয়নৰ সপোন সাৰ্থক কৰাৰ বাবে কৰ্তৃপক্ষই APDCL ক সকলো দিশৰ পৰা সক্ৰিয় কৰাৰ পণ লৈছে।

মাই গভ অসমে জনসাধাৰণৰ পৰা অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিতক নিপুণ আৰু সক্ৰিয় কৰি তোলাৰ বাবে পৰামৰ্শ জনাবলৈ আহ্বান কৰিছে।

সকলো মন্তব্য
Reset
23 তথ্য পোৱা গ’ল

Joaquín Soria 8 বছৰ 3 সপ্তাহ পূৰ্বে

The state doesn't want more corruption in the APDCL? Then privatize it and divide the great public company into petty private electric companies to favour competition and avoid monopolies that only generate mediocrity and corruption. The state will only intervene in the places where electricity has not arrived yet and protect the consumer right to a good service.

  •