You don't have javascript enabled. Please Enabled javascript for better performance.

অসমীয়া চিনেমাৰ প্ৰসাৰৰ উদ্দেশ্যে আৰু আন্ত:গাঁথনি নিৰ্মাণৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 27-05-2017
End Date: 20-07-2017

চিনেমা হৈছে এনে এক গণমাধ্যম যিয়ে সমাজত সজাগতাৰ লগতে বিভিন্ন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

চিনেমা হৈছে এনে এক গণমাধ্যম যিয়ে সমাজত সজাগতাৰ লগতে বিভিন্ন সামাজিক বিষয়বস্তু সমূহ প্ৰতিফলিত কৰে। মনোৰঞ্জনৰ লগতে চিনেমাই এখন দেশৰ জনগনৰ মাজত সাংস্কৃতিক মূল্যবোধ জীয়াই ৰখাতো সহায় কৰে। বিশ্বজনীন স্বীকৃতিৰে সকলো ক্ষেত্ৰৰ লোকক এডাল এনাজৰীৰে বন্ধাৰ কামো চিনেমাই কৰিব পাৰে।
অসমীয়া চিনেমাৰো আছে এক নিজস্ব ইতিহাস। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ ৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমীয়া চিনেমাই গুণগত মানদণ্ডৰ ফালৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে। বিভিন্ন সন্মানেৰে উদ্ভাষিত হোৱা অসমীয়া চিনেমা বৰ্তমান হৈ পৰিছে এক চৰ্চাৰ বিষয়বস্তু। কিন্তু সময়ৰ লগে লগে অসমীয়া চিনেমা উদ্যোগটো বিভিন্ন কাৰকৰ প্ৰভাৱ পৰা দেখা গৈছে। ইয়াৰ ভিতৰত আন্ত:গাঁথনি, চিনেমা হলৰ সংখ্যা, কাৰিকৰী সুবিধা ইত্যাদিৰ অভাৱে উদ্যোগটোত প্ৰভাৱ পেলাইছে।

শেহতীয়াকৈ অসম চৰকাৰে অসমৰ চিনেমা উদ্যোগটোক উজ্জ্বীৱিত কৰাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছে। দেশ-বিদেশত অসমীয়া চিনেমাৰ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। এই বিষয়ত জনসাধাৰণৰ সহযোগিতা বাঞ্চনীয়। অসম চৰকাৰে মাই গভ অসমৰ জৰিয়তে অসমীয়া চিনেমাৰ উন্নয়ন আৰু প্ৰসাৰত সহায়ক হোৱা বিভিন্ন ধৰণৰ পৰামৰ্শ তথা মতামত ৰাইজৰ পৰা আহ্বান কৰিছে। অসমীয়া চিনেমাক বিশ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত এই মতামত সমুহ খুবেই এক গুৰুত্বপূৰ্ণ দস্তাবেজ হিচাবে চিহ্নিত হ’ব।
=
যোগদানৰ অন্তিম তাৰিখ : ২৭ জুন, ২০১৭

সকলো মন্তব্য
Reset
5 তথ্য পোৱা গ’ল
1300

Vikram dev chutia 3 বছৰ 2 হিচাপপূৰ্বে

Reaching to all the viewers by a well executed promotion is essential for a film. Moreover we the Assamese people should go to watch these movies because these films, basically, is for a lesser audience, mainly these movies are shown inside Assam. There should be atleast 1 show reserved for Assamese movies in all the theatres. If we don't watch these movies then who will?

5370

deeksha hazarika 3 বছৰ 3 হিচাপপূৰ্বে

Cinema is the highest form of commercial art.The assamese flim industry is on the way of degradation.I think that along with the infrastructure,we need to change the mindset of the people for our regional flims by having a good and inspiring script.I think that the flim makers need to know the taste of the people by judging the bollywood flims script.Whatever it may be the main thing is that having a good script with amazing direction and cast.it is also the duty of the people to watch them.

370

Binita Dey 3 বছৰ 3 হিচাপপূৰ্বে

Films are one of the best means to express. Promotion of Assamese films can be done through advertisements. Now a days, social media has given a large platform for the promotion of films belonging to different genres. Self promotion of the films by the artists involved can also be helpful for the promotion of the films throughout the country.

370

Mitul Bhaskar Baisya 3 বছৰ 3 হিচাপপূৰ্বে

The assamese film quality is below standard due to low budget. People like entertaining movies.My suggestions is Assam govt should produce some film with good story.when people got more entertainment watching assamese film rather Hindi film. Automatically, regional film shines in the international arena.govt make compulsory to every cinema hall to telecast atleast 5 assamese cinema without tax.govt must encourage local people to produce assamese cinema.

2370

BAPPIL AHMED 3 বছৰ 3 হিচাপপূৰ্বে

অসমীয়া ছবি জগতক অাগবঢ়াই নিয়াৰ কাৰনে ছবিৰ মান উন্নত কৰি অসমীয়া ভাষাৰ লগতে বাংলা ভাষাত অাৰু হিন্দি ভাষাত মুক্তি দিযাৰ দিহা কৰিব লাগে...অসমীযা চিনেমা সমুহ মুক্তি দিযাৰ অাগত তাৰ পাবলিচিত কৰিব ৰ কাৰনে ২ মাহ সময় লব লাগে..ভাল সং লাপ,গান সমুহ youtube..astc bus..city bus t অাদিত বজোৱাৰ বেৱস্থা কৰিব লাগে..চিনেমা সমুহৰ কাহিনি প্ৰেমৰ কাহিনিৰ লগতে ৰাজনিতি...কমেদি..অসমৰ জলন্ত সমস্যা সমুহক লৈ বনাব লাগে...সাংস্কিতিক বিভাগৰ এটা নিদিষ্ট website থাকিব লাগে যত অসমীয়া গান,অসমীয়া চিনেমা অাদি download কৰিব পৰা দিহা ক