You don't have javascript enabled. Please Enabled javascript for better performance.

Seeking Ideas on How to Ensure Responsible Tourism

Start Date: 26-09-2018
End Date: 31-12-2020

বৰ্তমান সময়ত পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকা সন্দৰ্ভত সজাগতাৰ লগতে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বৰ্তমান সময়ত পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকা সন্দৰ্ভত সজাগতাৰ লগতে বিভিন্ন মাধ্যমযোগে এই বিষয়ে বহুলভাৱে প্ৰচাৰিত হৈ আহিছে। বিভিন্ন ঠাই দৰ্শন আৰু আমোদ-প্ৰমোদৰ বাবে আজিৰ তাৰিখত ভাৰতৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ পৰ্যটন ক্ষেত্ৰসমূহত ভালেসংখ্যক পৰ্যটকৰ সমাগম ঘটে।
কিন্তু অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰ্যটন ক্ষেত্ৰসমূহৰ পৰিৱেশ বিভিন্ন ক্ষেত্ৰত পৰ্যটকৰ দায়িত্বহীনতা তথা অসাৱধানতাৰ বাবে দূষিত হৈ পৰা পৰিলক্ষিত হৈ হয়। পৰ্যটকসকলৰ এনে অসচেতনতাই পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। প্ৰতিগৰাকী পৰ্যটকে পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰাংগন আৰু চৌপাশৰ পৰিৱেশ বিনষ্ট নোহোৱাকৈ এই ঠাইসমূহ পৰিদৰ্শন কৰিলেহে ইয়াৰ মৰ্যাদা অটুট ৰাখিব পৰা যাব। থলুৱাভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি, প্লাষ্টিকৰ পৰিৱৰ্তে পৰিৱেশ অনুকূল সামগ্ৰীৰে নিৰ্মিত বেগ ব্যৱহাৰ কৰি, য’তে ত’তে থু-খেকাৰ, জাৱৰ যোঁথৰ আদি পেলৱাৰ পৰা বিৰত থকাৰ লগতে বিভিন্ন ধৰণে সচেতনতা অৱলম্বন কৰি সকলো পৰ্যটকে পৰ্যটন ক্ষেত্ৰৰ বহনক্ষম উন্নয়নত সহযোগিতা আগবঢ়াব পাৰে।
পৰ্যটকৰ দায়িত্ববোধ সন্দৰ্ভত ‘জনতাৰ চৰকাৰ মাই গভ অসমে’ জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
2160

MITUL BAISHYA 5 বছৰ 6 হিচাপপূৰ্বে

sustainable growth of tourism,tourists must behave responsibly. The tourist must think tourist place as their home. They will keep clean tourist place. There are lack of knowledge of environmental science amongst the general public. The environment education must be taught to general public.Government must take steps to taught general publia aboutthe harmful effects of environmental pollution.environmental education is one of the subject in school and college.These students must taught public