You don't have javascript enabled. Please Enabled javascript for better performance.

Suggest Ways to Improve the Quality of Education in the State

Start Date: 02-05-2018
End Date: 31-05-2018

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ গুৰুত্ব সৰ্বাধিক। অসম চৰকাৰে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি আহিছে, যিয়ে ৰাজ্যখনক এখন দেশৰ ভিতৰতে জাকত-জিলিকা কৰি তুলিব পাৰে। শিক্ষাক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য কৰি তুলিবৰ বাবে বহু আঁচনি হাতত লৈছে। অসমৰ শিক্ষাখণ্ডক অধিক প্ৰসাৰিত কৰিবলৈ অসমৰ জনসাধাৰণৰ দিহা-পৰামৰ্শ সদায়েই জৰুৰী।

শিক্ষাক অধিক উন্নত মানদণ্ডৰ কৰি তুলিবৰ বাবে মাই গভ্ অসমে অসমৰ জনসাধাৰণৰ পৰা পৰামৰ্শ আৰু মতামত বিচাৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
15280

Bhaskar jyoti Mahanta 5 বছৰ 11 হিচাপপূৰ্বে

চৰকাৰী বিদ্যালয়ৰ লগত সমাজখনক কেনেকৈ জড়িত কৰিব পাৰি , সেই বিষয়ে বিভাগে চিন্তা কৰা উচিত । বিদ্যালয় পৰিচালনা সমিতিবোৰেও বিশেষ সক্ৰিয় ভূমিকা লোৱা দেখা নাযায় । সমাজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ তেওঁলোকক দায়বদ্ধ কৰিব লাগিব । অঞ্চলৰ শিক্ষিত যুৱসমাজক বিদ্যালয়ত সেৱা আগবঢ়াব পৰাকৈ আগ্ৰহী কৰিব লাগিব । প্ৰয়োজন হ'লে তেওঁলোকক এখন মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰি , যি তেওঁলোকক ভৱিষ্যতে চাকৰি বা নামভৰ্ত্তিত সহায় কৰিব । এটা সময়ত সমাজখনে অভিভাৱকৰ দায়িত্বৰে বিদ্যালয়খন নিজৰ অনুষ্ঠান হিচাপে গঢ় দিছিল আৰু দায়িত্ব লৈছিল ।