- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন্ধৰ সময়ছোৱাত আপুনি অধ্যয়ন কৰা পাঁচখন গ্ৰন্থ অথবা উপভোগ কৰা পাঁচখন চিনেমা
ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ ...
ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ তাৰিখে জাৰি কৰিছে দেশজুৰি লকডাউনৰ জাননী। ২১ দিনীয়া এই লকডাউনত জনসাধাৰণক স্বাস্থ্যজনিত জৰুৰী বিধি হিচাবে নিজৰ ঘৰতে থকাৰ বাবে আহ্বান জনোৱা হৈছে। ঘৰতে থকাৰ এই দীঘলীয়া্ সময়ছোৱাত আমি পৰিয়ালৰ সৈতে কিছু মূল্যবান সময় অতিবাহিত কৰাৰ লগতে আমাৰ কিছু অভিৰুচিও পূৰণ কৰিব পাৰো। চিনেমা চোৱা অথবা কিতাপ পঢ়াতো আমাৰ বহুতৰে এক হবি। বন্ধৰ এই সময়ছোৱাত আপুনিও কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ পৰিকল্পনা নিশ্চয় কৰিছে। যদি কৰিছে তেন্তে মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ হবি।
বন্ধৰ সময়ছোৱাত আপুনি উপভোগ কৰা অথবা চোৱাৰ পৰিকল্পনা কৰি থকা পাঁচখন চিনেমাৰ নাম আমাক জনাওক। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, তেন্তে আপুনি পঢ়ি থকা অথবা পঢ়াৰ পৰিকল্পনা কৰি থকা পাঁচখন গ্ৰন্থৰ নাম আমাক জনাওক।
গ্ৰন্থ অথবা চিনেমাৰ নাম সমূহ তলত মন্তব্য আকাৰে জনাব পাৰে।
Varnekar Akash Vasant 3 বছৰ 11 হিচাপপূৰ্বে
Respected sir,
During Lockdown. I have viewed five very valuable films.
1. URI-The Surgical Strike
2. Supar 30
3. Three idols
4. GENIUS
5.Bhag Milkha Bhag
Stay home and stay safe