- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
“মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক ৰচনা প্ৰতিযোগিতা
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় ...

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখি “মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক এখন ৰচনা প্ৰতিযোগিতাৰ আহ্বান কৰা হৈছে।
এখন আদৰ্শ গাঁও গঢ়ি তোলাৰ বাবে আপোনাৰ সপোনৰ গাঁওখনৰ ওপৰত এই ৰচনাখন লিখিব লাগিব।
এই প্ৰতিযোগিতাৰ বিজয়ী সকলক অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
চৰ্তাৱলী:
• ৰচনাৰ মূল বিষয় : মোৰ গাঁও, মোৰ ধাৰণা
• ৰচনাখনৰ সৰ্বাধিক শব্দ ১৫০০ টা হোৱাটো প্ৰয়োজন।
• ৰচনাসমূহ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা অথবা বড়ো ভাষাত হ’ব লাগিব।
• পিডিএফ ফাইল হিচাবে জমা দিব লাগিব আৰু ফাইলৰ আকাৰ ১০ এম বি ত কৈ কম হ’ব লাগিব।
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে পঠিয়াব পাৰিব অন্যথা অগ্ৰাহ্য কৰা হ’ব।
• ৰচনাখনৰ মূল প্ৰতিলিপিহে গ্ৰহণ কৰা হ’ব। নকল প্ৰতিলিপি গ্ৰাহ্য কৰা নহ’ব।
• ৰচনা স্বলিখিত হোৱাটো বাঞ্চনীয়।
বি:দ্ৰ: ৰচনাসমূহ মূল প্ৰতিলিপিৰ হয়নে নহয় সেয়া বিচাৰ কৰি চাবলৈ সমিতিয়ে সকলো প্ৰচেষ্টা হাতত ল’ব। ৰচনাসমূহ নকল প্ৰতিলিপি বুলি চিনাক্ত হ’লে মাই গভ অসম পৰ্টেল দায়ী নহ’ব।
Hojai Hojai 8 বছৰ 3 হিচাপপূৰ্বে
ABHIJIT TERON, DOKMOKA HIGHER SECONDARY SCHOOL, Dist- Karbi Anglong, Assam
SANJAY CHETRI 8 বছৰ 3 হিচাপপূৰ্বে
Miss Priyanka Bora
Class-9
Furkating G J B Vidyalaya
Pin-785610
Dist-Golaghat
State-Assam
MANIK SANGMA 8 বছৰ 3 হিচাপপূৰ্বে
FROM- MANIK SANGMA
KISAN HINDI HIGH SCHOOL
BORLANGFER,KARBI ANGLONG
ASSAM.
Marbiang suchiang 8 বছৰ 3 হিচাপপূৰ্বে
Marbiang Suchiang
Headmistress,
G.C.Langthasa High School
Haflong, Dima Hasao.
Pinku Daimari 8 বছৰ 3 হিচাপপূৰ্বে
Mr Pinku Daimari, Borigaon High School, Borigaon, Udalguri-784510.
Rishabh Garg 8 বছৰ 3 হিচাপপূৰ্বে
Rishabh Garg
S/o Dr. H.K. Garg & Dr. Jaya Garg
HIG - 50, A - Sector Sonagiri
BHOPAL - 4620222
Manuj Daimari 8 বছৰ 3 হিচাপপূৰ্বে
Mr Manuj Daimari, Class X Assamese medium, Borigaon High School, Borigaon, Udalguri-784510.
akram hussain 8 বছৰ 3 হিচাপপূৰ্বে
Following students from ATHKHELIA H.S. SCHOOL, DISTRICT OF GOLAGHAT, ASSAM,submitting essay on "My Village,My Idea".
1.Achyut Kr. Dourah of class-IX
2.Chayamoni Bora of class-IX
3.Manash Protim Bora of class-X
Thanking you
with regards
Principal
Athkhelia H.S. School
Dist.-Golaghat, Assam.
DIPAK BARMAN 8 বছৰ 3 হিচাপপূৰ্বে
ARCHITA KASHYAP
VIVEKANANDA KENDRA VIDYALAYA, NALBARI
SANDHELI, NALBARI
BITTU GHOSE 8 বছৰ 3 হিচাপপূৰ্বে
Bittu Ghose
Govt. Boys Higher Secondary School
Haflong