- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণ, অসমৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা
অসমত বাঁহৰ বিকাশ, প্ৰক্ৰিয়াকৰণ, বাণিজ্যিকীকৰণকে ধৰি বাঁহ উদ্যোগৰ ...

অসমত বাঁহৰ বিকাশ, প্ৰক্ৰিয়াকৰণ, বাণিজ্যিকীকৰণকে ধৰি বাঁহ উদ্যোগৰ প্ৰসাৰ হৈছে ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণ (State Bamboo Development Agency)- ৰ মূল লক্ষ্য। দেশৰ ভিতৰতে উত্তৰ-পূৱ ভাৰতত অধিক ঘনত্বত বাঁহ পোৱা যায়। ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণৰ উদ্দেশ্য হৈছে ৰাজ্যত উপলব্ধ এই ‘সেউজ সোণ’-ক বাণিজ্যিক দিশত অধিক কাৰ্যক্ষম কৰি তোলা। বাঁহ ৰোপণৰ বাবে এই অভিকৰণে উচ্চ প্ৰযুক্তি সম্পন্ন নাৰ্ছাৰীকে ধৰি বিভিন্ন সৰু-বৰ নাৰ্ছাৰী গঢ়ি তুলিছে যাৰ সহায়ত বাঁহ ৰোপণৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জামৰ যোগান ধৰা হয়। বনাঞ্চল নোহোৱা অঞ্চলত বাণিজ্যিকভাৱে বাঁহৰ উৎপাদন বৃদ্ধিতো অধিক গুৰুত্ব দিয়া হৈছে। প্ৰক্ৰিয়াকৰণৰ অধীনত বাঁহ উদ্যোগৰ লগত বিভিন্ন প্ৰকাৰে জড়িত উদ্যমী সকলক আৰ্থিক সাহায্য তথা অনুদান আগবঢ়োৱাৰ লগতে থলুৱা বাঁহ শিল্পৰ লগত জড়িত শিল্পী সকলকো উৎসাহী কৰাৰ লক্ষ্যৰেও বিভিন্ন সা-সুবিধা আগবঢ়োৱা হৈছে। বাঁহ শিল্পৰ বিভিন্ন ধাৰণা যেনে, বাঁহৰ গহণা, বাঁহ গাজ উৎপাদন, কয়্লা আাদি দিশসমূহৰ ওপৰতো প্ৰাধান্য দিয়া হৈছে।
এই প্ৰতিষ্ঠানে মাই গভ অসমৰ সহযোগত আয়োজন কৰিছে এক ল’গ’ ডিজাইন প্ৰতিযোগিতা। ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণক প্ৰতিনিধিত্ব কৰিবলগীয়া এই আনুষ্ঠানিক ল’গ’ৰ দ্বাৰা অভিকৰণৰ উদ্দেশ্য প্ৰতিফলিত হোৱাটো বাঞ্চনীয়।
আপোনাৰ ডিজাইন তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰিব। লগত নিজৰ নাম, ফোন নং, ইমেইল ঠিকনা আৰু ল’গ’ সাজি উলিওৱা ছফ্টৱেৰৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়।
পুৰস্কাৰ ২২,০০০ টকা
প্ৰেৰণ কৰা অন্তিম তাৰিখ, ২৯ ফেব্ৰুৱাৰী ২০২০
কাৰিকৰী নিৰ্দেশনা আৰু চৰ্তাৱলীসমূ্হ -
• ডিজাইন কৰা ল’গ’ৰ দ্বাৰা ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণৰ উদ্দেশ্য প্ৰতিফলিত হোৱাটো আৱশ্যকীয়।
• ল’গ’ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব
• ল'গ'ৰ ডিজাইন ফ্লেট হোৱাটো বাঞ্চনীয় আৰু কোনো ধৰণৰ ত্ৰিমাত্ৰিক অথবা Shadow Effect থাকিব নোৱাৰিব।
• ল'গ' illustrator ত vector ৰ যোগেদি সজা হ'ব লাগিব।
• ৰঙৰ ব্যৱহাৰত বাধা নাই।
• ল'গ'ৰ চমু বিৱৰণ বাঞ্চনীয়।
• ল’গ’ JPG অথবা PNG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব।
• প্ৰেৰণকাৰীৰ নাম ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়।
• নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচিত হ'ব।
• যিকোনো ধৰণে এই ল'গ' অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব।
• ল'গ' ডিজাইন সম্পূৰ্ণ নিজা হোৱাটো প্ৰয়োজনীয়।
• অসম চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ'ব।
Chiranjib Deka 5 বছৰ 2 হিচাপপূৰ্বে
Name : Chiranjib Deka
E mail : chiranjibdeka66@gmail.com
Phone no : 9678108437
Editing software : Picsart mobile
বাঁহ শিল্পৰ ব্যৱহাৰ ত চহকী অসমীয়াৰ উদ্যোগিক উন্নতি কামনা কৰি মোৰ এই ডিজাইন উচৰ্গা কৰিলোঁ।
Adobe Illustrator ত ডিজাইন সাঁজিবলৈ মোৰ কম্পিউটাৰ নাই। ক্ষমা কৰিব
waffle Art 5 বছৰ 2 হিচাপপূৰ্বে
I am a 14 years old artist trying to take part in this logo making competition so here I have made a beautiful logo representing the bamboo...hope I get selected thank you
RAYEES AHMAD BHAT 5 বছৰ 2 হিচাপপূৰ্বে
Name: Rayees Ahmad Bhat
Address: Maloora Srinagar Kashmir J&K 190017
Gender: Male
Email: bhatrayees123a@gmail.com
Mobile Number: 7051442138
Software: CorelDRAW X8
DC 6 5 বছৰ 2 হিচাপপূৰ্বে
Name: Deepjyoti Chowdhury
Phone Number: +91 99570-58917
Email: deerhory@gmail.com
Software used: Serif Affinity Designer Version 1.7.2
Gender: Male
Address: F/5, Tarani Bhanu Commercial Complex, Mahapurush Damoderdev Path, Maligaon Chariali, Maligaon, Guwahati, Assam-781011
Santanu Datta 5 বছৰ 2 হিচাপপূৰ্বে
Bamboo may be the stairs of economic development of Assam. Here bamboo garland welcoming bright future of Assam . National tricolor is used in the proposed logo design.