- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন মহোৎসৱ উপলক্ষে শ্লোগান লিখা প্ৰতিযোগিতা
৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। ...

৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। সপ্তাহজোৰা এই কাৰ্যসূচীত বৃহৎসংখ্যক গছপুলি ৰোপণৰ লগতে জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ্থে পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব।
গছপুলি ৰোপণৰ এই বৃহৎ উৎসৱত জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ বন বিভাগে মাই গভ্ অসমৰ সহযোগত এক শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই শ্লোগানৰ মূল বিষয়স্তু হ’ল – অসমৰ বনজ সম্পদ আৰু সংৰক্ষণৰ দ্বাৰা সজাগতা বৃদ্ধি।
শ্ৰেষ্ঠ শ্লোগানৰ বাবে আছে আকৰ্ষণীয় পুৰস্কাৰ।
প্ৰেৰণৰ অন্তিম তাৰিখ ৭ জুলাই, ২০১৭
নিয়মাৱলী :
• শ্লোগান উল্লিখিত নিৰ্দিষ্ট বিষয়বস্তুক সাঙুৰি প্ৰস্তুত কৰিব লাগিব।
• MSWord / JPEG/PNG/PDF/TIFF ফৰ্মেটত দাখিল কৰিব লাগিব।
• শ্লোগান অসমীয়া অথবা ইংৰাজী ভাষাত হ’ব লাগিব।
• চিঞাহীৰে লিখি ফটো আপলোড কৰিলে সেয়া গ্ৰহণীয় নহ’ব।
• শ্লোগানৰ ভাষা অমাৰ্জিত অথবা অসংবিধানিক হ’ব নোৱাৰিব।
• প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ব্যক্তি মূল শ্লোগানৰ লিখক হ’ব লাগিব আৰু কোনো ধৰণৰ নকল কৰিব নোৱাৰিব।
• আকৰ্ষণীয় শ্লোগানক প্ৰাধান্য দিয়া হ’ব। শ্লোগান ২০ টাতকৈ অধিক শব্দৰ হ’ব নোৱাৰিব।
MEGHALI GOGOI PHUKON 8 বছৰ 5 দিন পূৰ্বে
My Slogan
Parthapratim Sarma 8 বছৰ 5 দিন পূৰ্বে
My Slogan is
mohit agrawal 8 বছৰ 5 দিন পূৰ্বে
this is my slogan
AMARJEET DAS 8 বছৰ 5 দিন পূৰ্বে
To slogan writing Competition of VAN MAHOTSAN
GWSHAD BASUMATARY 8 বছৰ 5 দিন পূৰ্বে
Slogan for Van Mahotsav
Mayuri B Sarmah 8 বছৰ 5 দিন পূৰ্বে
১. গছ বাচিলেহে প্ৰাণীকূল বাচিব ।
২. বৃক্ষ ৰোপন কৰক,
সেউজ অসম গঢ়ক ।
৩. বনজ সম্পদ সংৰক্ষণ কৰক ,
জীৱন সুন্দৰ আৰু সুৰক্ষিত কৰক ।
Uttam Dutta 8 বছৰ 5 দিন পূৰ্বে
কংক্ৰিটৰ অট্টালিকাৰ ছায়ে আমাৰ মন নজুৰায়,বৃক্ষৰ ছায়ে আমাৰ দেহা শীতলায় ।
Uttam Dutta 8 বছৰ 5 দিন পূৰ্বে
কংক্ৰিটৰ অট্টালিকাৰ ছায়ে আমাৰ মন নুজুৰায়,বক্ষৰ ছায়ে আমাৰ দেহা শীতলায়
DEBASMITA KAR 8 বছৰ 6 দিন পূৰ্বে
My Slogan is
Urmila Waman 8 বছৰ 6 দিন পূৰ্বে
Pl find attached slogan for your reference