- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন মহোৎসৱ উপলক্ষে শ্লোগান লিখা প্ৰতিযোগিতা
৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। ...
৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। সপ্তাহজোৰা এই কাৰ্যসূচীত বৃহৎসংখ্যক গছপুলি ৰোপণৰ লগতে জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ্থে পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব।
গছপুলি ৰোপণৰ এই বৃহৎ উৎসৱত জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ বন বিভাগে মাই গভ্ অসমৰ সহযোগত এক শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই শ্লোগানৰ মূল বিষয়স্তু হ’ল – অসমৰ বনজ সম্পদ আৰু সংৰক্ষণৰ দ্বাৰা সজাগতা বৃদ্ধি।
শ্ৰেষ্ঠ শ্লোগানৰ বাবে আছে আকৰ্ষণীয় পুৰস্কাৰ।
প্ৰেৰণৰ অন্তিম তাৰিখ ৭ জুলাই, ২০১৭
নিয়মাৱলী :
• শ্লোগান উল্লিখিত নিৰ্দিষ্ট বিষয়বস্তুক সাঙুৰি প্ৰস্তুত কৰিব লাগিব।
• MSWord / JPEG/PNG/PDF/TIFF ফৰ্মেটত দাখিল কৰিব লাগিব।
• শ্লোগান অসমীয়া অথবা ইংৰাজী ভাষাত হ’ব লাগিব।
• চিঞাহীৰে লিখি ফটো আপলোড কৰিলে সেয়া গ্ৰহণীয় নহ’ব।
• শ্লোগানৰ ভাষা অমাৰ্জিত অথবা অসংবিধানিক হ’ব নোৱাৰিব।
• প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ব্যক্তি মূল শ্লোগানৰ লিখক হ’ব লাগিব আৰু কোনো ধৰণৰ নকল কৰিব নোৱাৰিব।
• আকৰ্ষণীয় শ্লোগানক প্ৰাধান্য দিয়া হ’ব। শ্লোগান ২০ টাতকৈ অধিক শব্দৰ হ’ব নোৱাৰিব।
Toslima Nasrin 7 বছৰ 7 হিচাপপূৰ্বে
My slogan on the wealth of Assam
Submitted by:Toslima Nasrin
Dergaon ;Golaghat Assam
Contact :9859360756
Nirmala Singha 7 বছৰ 7 হিচাপপূৰ্বে
Respected Sir/Ma'am,
PFA the Slogan with respect to the Van Mahotsav.
With Best Regards,
Nirmala Singha
anupom borgohain 7 বছৰ 7 হিচাপপূৰ্বে
"গছে বনে শুৱনি অসমৰ ধুনীয়া ধৰনী
ইএ হৈছে আমাৰ জীৱন দায়নী"
anupom borgohain
sibsagar police colony
sibsagar
anupom55555@gmail.com
9706210262
Sabita Talukdar 7 বছৰ 7 হিচাপপূৰ্বে
"swachcha bharat swachcha assam
amar lakshya vrikshya ropon"
anupom borgohain 7 বছৰ 7 হিচাপপূৰ্বে
"গছে বনে শুৱনি অসমৰ ধুনীয়া ধৰনী
ইএ হৈছে আমাৰ জীৱন দায়ী"
anupom borgohain
sibsagar police colony
sibsagar
anupom55555@gmail.com
9706210262
Chayanika dutta 7 বছৰ 7 হিচাপপূৰ্বে
Dear Sir/ Madam please find the attachment
Purabi misra 7 বছৰ 7 হিচাপপূৰ্বে
প্ৰকৃতিৰ ৰাণী সেউজী অসমী।
ইয়াৰ উৰ্বৰা ভুমিত ৰোপণ কৰা গছপুলি।।
জীৱকুলৰ ৰক্ষণত ই জনাব সঁহাৰি।
সমাজখনওঁ ৰাখিব প্ৰদূষণমুক্ত কৰি।।
Bidipta Bikash Das 7 বছৰ 7 হিচাপপূৰ্বে
NAME: Bidipta Bikash Das
MOBILE NO. 9706002006
I HAVE SUBMITTED MY SLOGAN
Sanjay Goswami 7 বছৰ 7 হিচাপপূৰ্বে
চিৰ সেউজী এই অসম ভৃমি। ইয়াতেই আছে বহু নৈ বন জুৰি।।
বনজ সম্পদত অতি চহকী ।
বৃক্ষৰোপণৰে গঢ়া ইয়াত আশাৰ ধৰণী।।
Kishan Chorei Tripura 7 বছৰ 7 হিচাপপূৰ্বে
Sir /madam,
I have attached my slogan below regarding the aforesaid subject