- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যৰে পেলনীয়া প্লাষ্টিকজাত সামগ্ৰীৰে নিৰ্মিত শিল্প (Craft) তথা সৃজনীশীল প্ৰতিযোগিতা
আমি দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ ...

আমি দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ পৰিৱেশটো ভয়াৱহভাৱে বিনষ্ট কৰি আহিছে। ইয়াৰ ফলত আমাৰ বনাঞ্চল, জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও ভাবুকি নামি আহিছে। গতিকে এনে পৰিস্থিতিত আমাৰ চৌপাশৰ পৰিৱেশটো প্ৰদূষণমুক্ত হিচাপে গঢ়ি তুলিবলৈ তথা প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ হ’লে আমি প্লাষ্টিকজাত সামগ্ৰীৰ সলনি যিকোনো পচনশীল সামগ্ৰী ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।
৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনতাৰ চৰকাৰ MyGov Assam য়ে পেলনীয়া প্লাষ্টিকজাত সামগ্ৰীৰে নিৰ্মিত শিল্প(Craft) তথা সৃজনীশীল প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
উদ্দেশ্য- প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ
শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত শিল্পলৈ প্ৰমাণ পত্ৰসহ নগদ ১০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।
অংশগ্ৰহণৰ অন্তিম তাৰিখ – ৩০ জুন, ২০১৮
চৰ্তাৱলী
- শিল্পটোৰ (Craft) এক ভিডিঅ’ নিৰ্মাণ কৰিব লাগিব।
- ভিডিঅ’টো ইউটিউবত আপলোড কৰি ইউটিউব লিংকটো আমালৈ প্ৰেৰণ কৰিব লাগিব।
- এক বা তাতোধিক সংখ্যক ভিডিঅ’ প্ৰেৰণ কৰিব পাৰে।
- নিজৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
- জমা কৰা ভিডিঅ’ মৌলিক হোৱাটো বাধ্যতামূলক।
- ভিডিঅ’ৰ ন্যূনতম ৰিজ’লিউশ্যন(Minimum video resolution) 720p আৰু দৃশ্যানুপাতিক ৰেখ(Aspect ratio) 16:9 হোৱাটো জৰুৰী।
- mp4/MOV/AVI/VOB ফাইল ফৰ্মেটৰ ভিডিঅ’হে গ্ৰহণ কৰা হ’ব।
MyGov Assam ৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।
Hiranya Jyoti Das 6 বছৰ 11 হিচাপপূৰ্বে
পেলনীয়া প্লাষ্টিকৰ বটলবোৰত আমি কিছুমান সৰু সৰু ফুল ৰোপন কৰিব পাৰো৷
Deepam Deka 6 বছৰ 11 হিচাপপূৰ্বে
ReUse Plastic..or else Refuse it!
Santanu Datta 6 বছৰ 11 হিচাপপূৰ্বে
Jute is the best option to beat plastic. This is eco friendly and pollution free. Farmers should be encouraged to cultivate jute. Public should use jute in place of plastic. Jute is job producing crops.
samiran das 6 বছৰ 12 হিচাপপূৰ্বে
greetings,please find the attachment bellow.i have shared the video url,matter and ideas in it.
samiran das
email-mysore.aromas@gmail.com
ph-9101468374