- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
পথ সুৰক্ষা সন্দৰ্ভত শ্লোগান প্ৰতিযোগিতা
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ...

অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৩৬.৪%। দিনক দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দূৰৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে যদিও মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে।
ৰাজ্যৰ আৰ্থ-সামাজিক দিশটোৰ ব্যাপক ক্ষতিসাধন কৰা এনে ঘটনা বৰ্তমান সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কেৱল সজাগতা তথা সাৱধানতাৰ দ্বাৰাহে এনে ঘটনা ৰোধ কৰাটো সম্ভৱ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়।
প্ৰতিযোগিতা
পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰি অসম চৰকাৰে আয়োজন কৰিছে শ্লোগান লিখা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈ শ্লোগানৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰখনলৈ আপোনাৰ মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াওক।
অন্তিম তাৰিখ – ১৩/০৬/২০১৭
পুৰস্কাৰ-
প্ৰথম পুৰস্কাৰ- ২০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ- ১৫,০০০ টকা
তৃতীয় পুৰস্কাৰ- ১০,০০০ টকা









swapnali borah 8 বছৰ 4 হিচাপপূৰ্বে
Sir, please seek the attached file for the SLOGAN COMPETITION ON ROAD SAFETY.
Satish Kumar Baishya 8 বছৰ 4 হিচাপপূৰ্বে
Sir,
Please find the attached pdf file of slogan
Uttam Kumar Dey 8 বছৰ 5 হিচাপপূৰ্বে
Dare Driving
Death coming.
Uttam Kumar Dey 8 বছৰ 5 হিচাপপূৰ্বে
Drink & Drive
Don't mixed when ride.
Ashinta Nath 8 বছৰ 5 হিচাপপূৰ্বে
Ashinta Nath .Dergaon.Dist.Golahat .pin 785614.ph .7002021302
SAHITHYA B A 8 বছৰ 5 হিচাপপূৰ্বে
"Life is in your hands, Careful"
Pranami Bonia 8 বছৰ 5 হিচাপপূৰ্বে
slogan
Shyam Lal Verma 8 বছৰ 5 হিচাপপূৰ্বে
Sir,
Please find attached herewith slogan on road safety.
Shyam lal verma.
Bijoy Mandal 8 বছৰ 5 হিচাপপূৰ্বে
Road Safety Slogan by
Bijoy Mandal
Email: bijoymandal21@gmail.com
Mobile No: 8723088530
Jupiter Deka 8 বছৰ 5 হিচাপপূৰ্বে
Jupiter Deka.Jorhat LAW collage.Dergaon .ward No .10.ph.7664050130