- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
পথ সুৰক্ষা সন্দৰ্ভত শ্লোগান প্ৰতিযোগিতা
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ...

অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৩৬.৪%। দিনক দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দূৰৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে যদিও মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে।
ৰাজ্যৰ আৰ্থ-সামাজিক দিশটোৰ ব্যাপক ক্ষতিসাধন কৰা এনে ঘটনা বৰ্তমান সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কেৱল সজাগতা তথা সাৱধানতাৰ দ্বাৰাহে এনে ঘটনা ৰোধ কৰাটো সম্ভৱ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়।
প্ৰতিযোগিতা
পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰি অসম চৰকাৰে আয়োজন কৰিছে শ্লোগান লিখা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈ শ্লোগানৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰখনলৈ আপোনাৰ মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াওক।
অন্তিম তাৰিখ – ১৩/০৬/২০১৭
পুৰস্কাৰ-
প্ৰথম পুৰস্কাৰ- ২০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ- ১৫,০০০ টকা
তৃতীয় পুৰস্কাৰ- ১০,০০০ টকা









Kishor kumar deka 8 বছৰ 5 হিচাপপূৰ্বে
Normal speed meets every needs
Nekibul Haque 8 বছৰ 5 হিচাপপূৰ্বে
1)Know road safety, No injury. No road safety, Know injury
2)Better to arrive late than never. Drive carefully!
Raman Goswami 8 বছৰ 5 হিচাপপূৰ্বে
আপোনাৰ গাড়ীখন এজন চালকৰ হাতত অৰ্পন কৰাৰ আগতে নিশ্চত হওক -
চালক জনৰ গাড়ী চলোৱা বৈধ অনুজ্ঞা পত্ৰ আচেনে নাই ?
চালক জনৰ চকু কান স্বাস্হ্যসন্মত ভাবে সক্ৰিয় বুলি প্ৰমানিত হৈ আছেনে নাই ?
মদ্যপান কৰাৰ বদ আছে নেকি?
চালকজনৰ বয়স ওঁঠৰৰ পৰা সাঠী বছৰৰ ভিতৰত হয় নে নহয় ?
লগতে :
আপোনাৰ গাড়ীখনৰ যোগ্যতা প্ৰমানিত হৈ আছেনে নাই ?
গাড়ীখনৰ বীমা নবিকৰন হৈ আছেনে নাই?
আপোনাৰ সাবধানতাই বহুতৰ জীৱন ৰক্ষা কৰিব |
priyanka sonowal 8 বছৰ 5 হিচাপপূৰ্বে
accident bring tears safety brings cheers
MD. MANIRUL ISLAM 8 বছৰ 5 হিচাপপূৰ্বে
सावधानी से ड्राइव करें
क्योंकि,
मृत्यु निकट है,
लेकिन,
मृत कहीं इतनी दूर जाता है ,
जिसे हम संपर्क नहीं कर सकते ।
KULDEEP KASHYAP_1 8 বছৰ 5 হিচাপপূৰ্বে
Safe Drive , long life
Priyangshu Moni Thakuri 8 বছৰ 5 হিচাপপূৰ্বে
relax and slow down. .you are not in race track
Tilak Baishya 8 বছৰ 5 হিচাপপূৰ্বে
যান-বাহন চলাওঁক সাৱধানেৰে,
জীৱন জীয়াওঁক আনন্দৰে ।
Uttam Kumar Dey 8 বছৰ 5 হিচাপপূৰ্বে
Safe drive save life
RAJESH KUMAR AGARWAL 8 বছৰ 5 হিচাপপূৰ্বে
USE BELT, SPARE PHONE
DRIVE ALERT, REACH HOME