You don't have javascript enabled. Please Enabled javascript for better performance.

নাৰী : অনুপ্ৰেৰণাৰ আকৰ

Start Date: 05-03-2023
End Date: 08-03-2023

...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

এখন সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা অপৰিসীম। এগৰাকী নাৰী তেওঁৰ কাম বা তেওঁৰ আদৰ্শৰ জৰিয়তে কাৰোবাৰ ব্যক্তিগত বা পেছাদাৰী জীৱনৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰয়। তেওঁ এগৰাকী মাতৃ, ভগ্নী, পত্নী, জীয়ৰী, বন্ধু, সামাজিক বা কোনো প্ৰসিদ্ধ ব্যক্তিত্বও হ'ব পাৰে।

আপোনাৰ জীৱন ধন্য কৰা তথা আপোনাক জীৱনত উন্নতিৰ দিশে আগুৱাই যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগোৱা নাৰীগৰাকীৰ সম্পৰ্কে এটি কবিতা অথবা এটি চমু লিখনি লিখি আমালৈ প্ৰেৰণ কৰকচোন। আপোনাৰ লিখনি তলৰ মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰক।

সকলো মন্তব্য
Total Submissions ( 5) Approved Submissions (0) Submissions Under Review (5) জমা বন্ধ