- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
তুলিকাৰে জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি
মহামানৱ মহাত্মা গান্ধীয়ে অহিংসাৰ মহামন্ত্ৰৰে জনগণৰ মন জয় কৰিবলৈ ...

মহামানৱ মহাত্মা গান্ধীয়ে অহিংসাৰ মহামন্ত্ৰৰে জনগণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। অহিংসা নীতিৰে তেওঁ মানৱৰ কল্যাণ সাধনত ব্ৰতী হৈছিল। গান্ধীজীয়ে এখন স্বাধীন ভাৰতৰ সমান্তৰালভাৱে এখন স্বচ্ছ ভাৰতৰ সপোন দেখিছিল । তেওঁ বিশ্বাস কৰিছিল যে, শিশু অৱস্থাৰ পৰাই আমাৰ নতুন প্ৰজন্মটোক স্বচ্ছতাৰ শিক্ষা প্ৰদানেৰে এখন সুন্দৰ সমাজ গঢ় দিব পাৰি। সেয়েহে জাতিৰ পিতা গৰাকীৰ আদৰ্শক তুলিকাৰে দাঙি ধৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যৰে ২ অক্টোবৰ, গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে এক চিত্ৰাংকণ প্ৰতিযোগিতা।
বিষয়বস্তু – স্বচ্ছতা অথবা অহিংসা নীতি
অন্তিম তাৰিখ - ২৫ ছেপ্টেম্বৰ, ২০১৯
বিজয়ী প্ৰতিযোগীসকললৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ আগবঢ়োৱা হ’ব।
নিয়ম আৰু চৰ্তাৱলী
• প্ৰতিযোগীয়ে অংকন কৰা চিত্ৰ স্কেন (Scanned Copy) কৰি প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• চিত্ৰসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• স্কেন কপি ১০ এম.বি.তকৈ সৰু হোৱাটো বাঞ্চনীয়
• প্ৰতিযোগীসকলে চিত্ৰ অংকন কৰোতে ৱাটাৰ কালাৰ, পোষ্টাৰ কালাৰ, ক্ৰেয়ন, পেঞ্চিল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব।
• প্ৰতিযোগীসকলে নিজৰ শ্ৰেণী আৰু বয়স উল্লেখ কৰাটো বাধ্যতামূলক
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন চিত্ৰহে গ্ৰহণ কৰা হ’ব
• বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচনী কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।
Santanu Datta 5 বছৰ 5 হিচাপপূৰ্বে
Gandhiji the symbol of Non-violence under the shadow of national tricolour is expressed by the art. SANTANU DATTA M-53 B.D.S