You don't have javascript enabled. Please Enabled javascript for better performance.

কিতাপ পঢ়াৰ আনন্দ

Start Date: 30-04-2021
End Date: 31-05-2021

আমাৰ বৌদ্ধিক বিকাশৰ এক অন্যতম আধাৰ হ’ল গ্ৰন্থ অধ্যয়ন। গ্ৰন্থ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
কিতাপ পঢ়াৰ আনন্দ

আমাৰ বৌদ্ধিক বিকাশৰ এক অন্যতম আধাৰ হ’ল গ্ৰন্থ অধ্যয়ন। গ্ৰন্থ অধ্যয়ন কেৱল জ্ঞান বৃদ্ধিৰ অন্যতম উৎসই নহয়, বাল্যকাল তথা কিশোৰাৱস্থাত গঢ়ি উঠা গ্ৰন্থ চৰ্চাৰ অভ্যাসে পাছলৈ মানসিক উৎকৰ্ষ সাধনতো প্ৰভূত বৰঙণি আগবঢ়ায়।
ছাত্ৰাৱস্থাত ভাল ভাল গ্ৰন্থ পঢ়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ উদ্দেশ্যে মাই গভ অসমে অসম প্ৰকাশন পৰিষদৰ সহযোগত গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ছাত্ৰ –ছাত্ৰীসকলে নিজৰ প্ৰিয় তিনিখন গ্ৰন্থৰ নাম উল্লেখ কৰি গ্ৰন্থকেইখন পঢ়ি ভাল লগাৰ কাৰণ সম্পৰ্কীয় একোটাকৈ লেখা আমালৈ প্ৰেৰণ কৰিব পাৰে।
অংশগ্ৰহণকাৰী শ্ৰেণী: পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ
শ্ৰেষ্ঠ দহগৰাকী অংশগ্ৰহণকাৰীলৈ আগবঢ়োৱা হ’ব অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা কিতাপৰ টোপোলা আৰু একোখনকৈ প্ৰশংসা পত্ৰ
অংশগ্ৰহণৰ অন্তিম তাৰিখ: ৩১ মে’ ২০২১
লেখাৰ লগত নিজৰ নাম, ঠিকনা, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো বাধ্যতামূলক। লেখা প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Total Submissions ( 71) Approved Submissions (67) Submissions Under Review (4) জমা বন্ধ
Reset
67 তথ্য পোৱা গ’ল

ChandanBhagawati 4 বছৰ 3 হিচাপপূৰ্বে

অনুভৱ চন্দন পৰাশৰ
পঞ্চম শ্ৰেণী
লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
হাতীগাঁও, গুৱাহাটী - ৭৮১ ০৩৮
ভ্ৰাম্যভাষ : ৯৮৫৪৪-৪৭৩৫০/৯৮৬৪১-২০১০২

PuspanjaliGoswami 4 বছৰ 3 হিচাপপূৰ্বে

অনুভৱ চন্দন পৰাশৰ
পঞ্চম শ্ৰেণী
লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
হাতীগাঁও, গুৱাহাটী - ৭৮১ ০৩৮
ভ্ৰাম্যভাষ : ৯৮৬৪১-২০১০২/৯৮৫৪৪-৪৭৩৫০

ChandanBhagawati 4 বছৰ 3 হিচাপপূৰ্বে

অনুভৱ চন্দন পৰাশৰ
পঞ্চম শ্ৰেণী
লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
হাতীগাঁও, গুৱাহাটী - ৭৮১ ০৩৮
ভ্ৰাম্যভাষ : ৯৮৫৪৪-৪৭৩৫০/৯৮৬৪১-২০১০২

Dhrubajyoti Hazarika 4 বছৰ 3 হিচাপপূৰ্বে

'কিতাপ পঢ়াৰ আনন্দ'প্ৰতিযোগিতাৰ বাবে
নামঃধ্ৰুৱজ্যোতি হাজৰিকা
শ্ৰেণীঃনৱম
বিদ্যালয়ঃলেঙেৰী উঃ মাঃ বিদ্যালয়
ঠিকনাঃবগৰীগুৰি বৰবাম গাওঁ,টিংখাং সমষ্টি
ডাকঘৰঃবামুণবাৰী
পিন নংঃ৭৮৬৬১৩
জিলা-ডিব্ৰুগড়
ফোন নংঃ৮৮২২৫৫৮৬৫১

Dhrubajyoti Hazarika 4 বছৰ 3 হিচাপপূৰ্বে

নামঃধ্ৰুৱজ্যোতি হাজৰিকা
নৱম শ্ৰেণী
লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
ঠিকনাঃবগৰীগুৰি বৰবাম গাওঁ,লেঙেৰী মৌজা,টিংখাং সমষ্টি
ডাকঘৰঃবামুণবাৰী
পিন নংঃ৭৮৬৬১৩
জিলাঃডিব্ৰুগড়
ভ্ৰাম্যভাষঃ৮৮২২৫৫৮৬৫১