You don't have javascript enabled. Please Enabled javascript for better performance.

আমিনগাঁৱৰ নৱনিৰ্মিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ বাবে ফটোগ্ৰাফী প্ৰতিযোগিতা

Start Date: 07-12-2020
End Date: 28-12-2020

কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য জিলাৰ ফটোগ্ৰাফাৰসকলৰ বাবে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য জিলাৰ ফটোগ্ৰাফাৰসকলৰ বাবে অংশগ্ৰহণৰ সুবিধা

নিৰ্বাচিত ফটোসমূহ কাৰ্যালয়ৰ দেৱাল আৰু কোঠাসমূহৰ মাজৰ দীঘলীয়া বাটসমূহ আকৰ্ষণীৰ ৰূপত সজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব

বিষয়বস্তু :

সাংস্কৃতিকভাৱে চহকী আৰু ইতিহাসপ্ৰসিদ্ধ ঠাই
অসমৰ প্ৰাকৃতিক সৌন্দৰ্য
দৈনন্দিন জীৱন-জীৱিকা
উদ্ভিদ আৰু প্ৰাণীকুল
ক্ৰীড়া
অতীত আৰু বৰ্তমান
অংশগ্ৰহণ সম্পূৰ্ণ বিনামূলীয়া

পুৰস্কাৰ :

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত পাঁচ গৰাকী অংশগ্ৰহণকাৰীলৈ আগবঢ়োৱা হ'ব নগদ পুৰস্কাৰ : ২৫,০০০ টকা (সৰ্বমুঠ)
প্ৰমাণ পত্ৰ আৰু স্মাৰক

অংশগ্ৰহণকাৰীসকলে ফটোসমূহ তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰিব লাগিব

ফটো প্ৰেৰণৰ অন্তিম তাৰিখ : ২৮ ডিচেম্বৰ, ২০২০

নিয়মাৱলীসমূহ :

    এগৰাকী প্ৰতিযোগীয়ে সৰ্বাধিক ৫ খন ফটো পঠিয়াব পাৰিব ।
    ফটোৰ মানদণ্ড High Resolution হোৱাটো বাঞ্চনীয় ।
    JPG format ত ফটো প্ৰেৰণ কৰাটো প্ৰয়োজনীয় ৷
    ফটোৰ আকাৰ ১০ এম বি তকৈ অধিক হ’ব নোৱাৰিব ।
    ফটোত কোনো কাৰণত আপত্তিজনক বিষয়বস্তু থাকিব নোৱাৰিব ।
    ফটোৰ লগত ফটোৰ সবিশেষ পঠিওৱা বাঞ্চনীয় ।
    ফটোগ্ৰাফাৰৰ সম্পূৰ্ণ নাম ঠিকনা আৰু যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো জৰুৰী ।
    নিৰ্বাচিত ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসম আৰু কামৰূপ জিলা প্ৰশাসনৰ সম্পত্তি হিচাবে বিবেচিত হ’ব। ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব ।
    প্ৰেৰণ কৰা ফটোগ্ৰাফসমূহ সম্পূৰ্ণভাৱে নিজৰ হোৱাটো বাঞ্চনীয় ।
    চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ফটো প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব ।
    আনৰ কপিৰাইটযুক্ত ফটো গ্ৰহণ কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰেৰণকাৰী ব্যক্তিগৰাকী সম্পূৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসম কোনোপধ্যে জগৰীয়া নহ’ব ।
সকলো মন্তব্য
Total Submissions ( 95) Approved Submissions (39) Submissions Under Review (56) জমা বন্ধ
Reset
39 তথ্য পোৱা গ’ল

Rafia Lutfa Haque 5 বছৰ 3 হিচাপপূৰ্বে

I have submitted 5 photographs
"Scenic beauty of Assam"
I have taken these photographs at different locations.
At Brahmaputra Jungle Resort, by the Brahmaputra river side,

Name- Rafia Lutfa Haque
Address- Kumarpara F.A road, near railway gate-6
P.S- Bharalumukh P.O- Panbazar
Guwahati-781001

BISWAJIT KAKATI 5 বছৰ 3 হিচাপপূৰ্বে

কাঞ্চন জংঘা
Place of photography- Tiger hills Darjeeling
Photographer name - Biswajit Kakati
Phone number- 6900200713
Address- SUALKUCHI , College Road , Kamrup Assam -781103
Camera used- Nikon d5300
Focal length 300mm
Aperture f/8.0
ISO 250
Exposure time 1/100s