- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসম দিৱস উপলক্ষে ৰচনা প্ৰতিযোগিতা
আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক চাওলুঙ-ছ্যু-কাফা আছিল অসমৰ প্ৰথমজন ...

আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক চাওলুঙ-ছ্যু-কাফা আছিল অসমৰ প্ৰথমজন আহোম ৰজা। ছ্যু-কাফাই ১২২৮ খ্ৰীষ্টাব্দত অসমত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে । ছ্যু-কাফাই এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে একত্ৰিত কৰি বৃ্হত্তৰ অসমীয়া জাতি গঠন কৰে। সেয়েহে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব৷
২ ডিচেম্বৰ অসম দিৱস উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সদৌ অসম আহোম সভাৰ সহযোগত ‘জনতাৰ চৰকাৰ মাই গভ অসমৰ’ জৰিয়তে এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰচনাৰ বিষয়বস্তু – বৃ্হত্তৰ অসমীয়া জাতি গঠনত স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফাৰ বৰঙণি। প্ৰতিযোগীসকলে অসমীয়া আৰু ইংৰাজী দুটা ভাষাৰ যিকোনো এটা ভাষাত ৰচনা লিখি assam.mygov.in লৈ প্ৰেৰণ কৰিব লাগৈব। ক. খ আৰু গ মুঠ তিনিটা ভাষাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ক শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, খ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু গ শাখাত মহাবিদ্যালয় পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিজয়ী প্ৰতিযোগীসকললৈ নগদ পুৰস্কাৰসহ প্ৰমাণ পত্ৰ আগবঢ়োৱা হ’ব।
প্ৰথম পুৰস্কাৰ – ৫,০০০টকা
দ্বিতীয় পুৰস্কাৰ – ৩,০০০ টকা
তৃতীয় পুৰস্কাৰ – ২,০০০টকা
ৰচনা প্ৰেৰণৰ অন্তিম তাৰিখ – ২২ নৱেম্বৰ, ২০১৮
বিজয়ী প্ৰতিযোগীসকলক অহা ২ ডিচেম্বৰত ডিব্ৰুগড় জিলাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া অসম দিৱসৰ অনুষ্ঠানত পুৰস্কাৰসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।
নিয়মাৱলীসমূহ –
চৰ্তাৱলী
• ৰচনাৰ বাবে শব্দ ১৫০০ টাতকৈ অধিক হ’ব নোৱাৰিব
• 10 MB তকৈ সৰু আকাৰত PDF file ত ৰচনা প্ৰেৰণ কৰিব লাগিব
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে প্ৰেৰণ কৰিব পাৰিব
• ৰচনা মৌলিক হোৱাটো বাধ্যতামূলক
লিখনিৰ মৌলিকতা নিৰ্বাচন কমিটীয়ে পৰীক্ষা কৰিব। অযোগ্য বিবেচিত লিখনিৰ বাবে MyGov Assam দায়ী নহয়।
chand usmani nikki 6 বছৰ 5 হিচাপপূৰ্বে
Submitted by
Shabbir Hussain
Class 10
South Point School
Mobile:- 9864079342 / 9706535325
Shabbir Hussain 6 বছৰ 5 হিচাপপূৰ্বে
Submitted by
Shabbir Hussain
Class 10
South Point School
Mobile:9864079342/9706535325
HRISHIKESH MISRA 6 বছৰ 5 হিচাপপূৰ্বে
HRISHIKESH MISRA
SCHOOL NAME : - SOUTH POINT SCHOOL, BARSHAPARA
PU NO - 9435119236
Hiya Bora 6 বছৰ 5 হিচাপপূৰ্বে
Respected Sir/Madam
Kindly accept my entry for Category-C in the above mentioned essay writing contest.
I would be obliged if you kindly review my essay and approve it.
Regards,
Hiya Bora
BA 3rd Sem,
Cotton University,Guwahati.
Contact No.: 8812849301
tri.bhuyan@assam.gov.in 6 বছৰ 5 হিচাপপূৰ্বে
Please find attachment...
Sikha Rani Borah 6 বছৰ 5 হিচাপপূৰ্বে
Submitted By:
Miss Anwesha Boruah
Bonketeswar LP School.
Class:IV
PO: Jakhalabandha
PIN : 782136
Dist:Nagaon
Assam
Mobile No:9101757340
Dolly Borgohain 6 বছৰ 5 হিচাপপূৰ্বে
Respected sir/Madam
Kindly accept my entry in CATEGORY-C for the Essay Contest on Asom Divas.
Name- Dolly Borgohain
Contact No-8135850628/9101362541
Address- Co- Dr. Pradip Kumar Barman,
House no-8, Sagorika Path,
Zoo Tiniali, Guwahati-24
Junmoni Borgohain 6 বছৰ 5 হিচাপপূৰ্বে
Respected Sir/Madam,
I am hereby sending you the attachment. Please accept my entry in the Catogory-C for the Eassy Contest on Asom Divas.
Name-Junmoni Borgohain
Phone No-9101366809
Address-- Dr. Pradip Kumar Barman,
House no-8,Sagorika Path,Zoo Road Tiniali,Guwahati-24
BAHNIMAN GOGOI 6 বছৰ 5 হিচাপপূৰ্বে
ক শাখা
নাম - বহ্নিমান গগৈ
বিদ্যালয়ৰ নাম - বি. এল. বেৰীয়া সৰস্বতী শিশু মন্দিৰ ।
শ্ৰেণী - ৭ম শ্ৰেণী
দূৰভাষ নং - ৯১০১৪৭৪৯১৮
Jayanta Boruah 6 বছৰ 5 হিচাপপূৰ্বে
Submit Your Task...Respected Sir/Maam, My name is Rashmi Rekha Baruah and I am studying in class 7 in Suderashan Public School. Please kindly accept my essay.