You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ প্ৰদূষণমুক্ত সেউজ জিলা

Start Date: 04-06-2017
End Date: 01-04-2018

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰধান লক্ষ্যসমূহৰ অন্যতম এটা লক্ষ্য হৈছে অসমক প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তোলা। অসম চৰকাৰে পৰিৱেশ সংৰক্ষণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে পৰ্যটক সকলৰ বাবে পৰিৱেশ পৰ্যটনৰ মূল কেন্দ্ৰ হিচাবে গঢ়ি তুলিবলৈ সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা হাতত লৈছে।
অসমক প্ৰদূষণমুক্ত হিচাবে গঢ়ি তুলিবলৈ কৰা এক প্ৰচেষ্টাৰ অংশ হিচাবে ৰাজ্য চৰকাৰে “অসমৰ শ্ৰেষ্ঠ প্ৰদূষণমুক্ত সেউজ জিলা” শীৰ্ষক এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিখন জিলাই অংশ ল’বলগীয়া এই প্ৰতিযোগিতাৰ জৰিয়তে ৰাইজৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধিৰ লগতে সংশ্লিষ্ট জিলা সমূহত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব। এই প্ৰতিযোগিতাৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে গছপুলি ৰোপণ, চমু দুৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীৰ পৰিৱৰ্তে চাইকেলৰ ব্যৱহাৰ, প্লাষ্টিক নিষিদ্ধকৰণ, আৱৰ্জনা পৃথকীকৰণ, সামগ্ৰীৰ পুনৰ ব্যৱহাৰ ইত্যাদিৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহ প্ৰদান কৰা হ’ব।

অসমক এখন প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তুলিব পৰাকৈ প্ৰতিখন জিলাকে পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ অনুকূল প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰি মূল্যায়ন কৰা হ’ব। এই প্ৰদূষণমুক্ত অভিযানত ৰোপণ কৰা গছপুলিসমূহ ডাঙৰ নোহোৱা পৰ্যন্ত প্ৰতিপালন কৰাটো প্ৰতিখন জিলাৰে দায়িত্ব।

যিখন জিলাই দক্ষতাৰে এই পদক্ষেপসমূহ গ্ৰহণ কৰি কাৰ্যকৰী কৰিব সেইখন জিলাকে বছৰৰ শেষত পুৰস্কৃত কৰা হ’ব আৰু সেইখন জিলাই অসমৰ শ্ৰেষ্ঠতম প্ৰদূষণমুক্ত সেউজ জিলাৰ খিতাপ লাভ কৰিব।

পুৰস্কাৰ : নগদ ধন ৪০,০০০ টকা আৰু প্ৰশংসা পত্ৰ

সকলো মন্তব্য
মুঠ অৱদান ( 46) অনুমোদিত অৱদানসমূহ (42) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (4) জমা বন্ধ
#WorldEnvironmentDay, #PollutionFree #Pollution #MyGovAssam, #GoGreen
Reset
42 তথ্য পোৱা গ’ল
100

Rahul Difusa 7 বছৰ 8 হিচাপপূৰ্বে

if we can give atleast 10 minutes on sunday for planting a tree in Karbi Anglong. There would be pollution free green district in Assam. We have 52 sunday or 53 during leap year.So, if each individual plant a single tree on sunday. According to 2011 census karbi anglong has a population of 965,280. THINK IT YOU CAN WIN. We all have enough time on sunday even if u don't then also atleast you can give 5 minutes. as for plantation a small plant it will take only 5 to 10 min. Thats all.

29000

DEBABRATA MISHRA 7 বছৰ 8 হিচাপপূৰ্বে

EVERY STATE SHOULD BE POLLUTION FREE.WE HAVE TO MORE AWARENESS ABOUT POLLUTION.WE HAVE TO AVOID PLASTICK POLY BAG.WE NEVER SEE PLASTICK GARBAGE.WE ALWAYS USE JUTE BAG.WE ALWAYS ARRANGE PLANTING FOR POLLUTION FREE GREEN PLANT AND PLANTING FOR OXYGEN.WE MORE AWARENESS FOR AIR POLLUTION.WE ALWAYS AVOID DG SOUND FOR POLLUTION FREE.

12000

MRITTUNJOY DAS 7 বছৰ 8 হিচাপপূৰ্বে

Plastic needs to be banned completely for anything and everything. We need to carry our own containers, tumblers, cloth bags, baskets etc. everyone should compost wet waste. companies should be banned from using plastic packaging- may this be for groceries, clothing or anything. we can have stores in cities just like supermarkets that sell everything like the kirana store but in clean and more hygienic environment.

2410

Dhrubajyoti Kalita 7 বছৰ 8 হিচাপপূৰ্বে

মূল্যাংকণৰ বাবে আগতীয়াকৈ কৰিবলৈ দিব পৰা কিছুমান কাম (২)
১) বহুতো শিক্ষানুষ্ঠানৰ নিজা চৌহদত পুখুৰী আছে। এনে পুখুৰী বন বিভাগ আৰু মীন বিভাগৰ সহৰ্যোগত আদৰ্শ জলতন্ত্ৰ হিচাপে গঢ় দিব লাগে, যাৰ জৰিয়তে পৰিৱেশ শিক্ষা, মৎস্য পালন, হাঁহ-কুকুৰা পালনৰ শিক্ষা দিয়াৰ লগতে অৰ্থ উপাৰ্জনো হব।
২) ব্যক্তিগত, ৰাজহুৱা আৰু চৰকাৰী সকলো অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু আৱৰ্জনাৰ প্ৰণালীৱদ্ধ নিষ্কাষণত সৰ্বাধিক গুৰুত্ব দিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

2410

Dhrubajyoti Kalita 7 বছৰ 8 হিচাপপূৰ্বে

মূলাংকণৰ আগতে কৰিব পৰা কিছু কামঃ
১) নিৰ্বাচিত কিছুমান শিক্ষানুষ্ঠানত, সামাজিক অনুষ্ঠানত ৰাইজৰ সৈতে মিলি স্থানীয় পৰিৱেশ নিৰীক্ষণ কেন্দ্ৰ খুলিব লাগে।তাত পৰিৱেশ নিৰীক্ষণৰ বাবে প্ৰয়োজনীয় আঁহিলা স্থাপন কৰাৰ লগতে নিয়মীয়াকৈ স্থানীয় পৰ্যায়ৰ পৰিৱেশ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি ৰখাৰ ব্যৱস্থা হওক।
২) সকলো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত স্থানীয় প্ৰজাতিৰ ঔষধি উদ্ভিদ ৰোপন কৰা হওক।পৰিৱেশৰ সুৰক্ষা, উদ্যোগৰ বাবে কেঁচামাল, পশু-পক্ষীৰ বাবে খাদ্য আৰু অনুষ্ঠানটোৰ বাবে উপাৰ্জনো হব।

2410

Dhrubajyoti Kalita 7 বছৰ 8 হিচাপপূৰ্বে

মুূল্যাংকণৰ আগতে নিন্মলিখিত ধৰণৰ কিছুমান কাম সকলো জিলাত কৰিবলৈ দিব লাগে-
১) নিজা মাটিত পুখুৰী থকা শিক্ষানুষ্ঠানবোৰক আদৰ্শ জলাশয় তন্ত্ৰ ৰূপে পুখুৰীবোৰ পৰিচালনা কৰিব দিব লাগে, যাৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ শিক্ষা পোৱাৰ লগতে অনুষ্ঠানটোৱে উপাৰ্জনো কৰিব পাৰে।
২)আয়ুৰ্বেদিক ঔষধৰ বাবে প্ৰয়োজনীয় থলুৱা গছ-লতিকা সকলো অনুষ্ঠান বা চৰকাৰী কাৰ্যালয়ৰ চৌহদত ৰোপন কৰিবলৈ দিব লাগে যাৰ দ্বাৰা পৰিৱেশ নিকা হোৱাৰ লগতে উদ্যোগৰ বাবে প্ৰচুৰ কেঁচামাল পোৱা যাব, অৰ্থ উপাৰ্জনো হব। চৰাইৰো খাদ্য হব।

2200

Budhiram Borah 7 বছৰ 9 হিচাপপূৰ্বে

For greening golaghat District firstly i am already planted some kinds of tree in my house land. Now I am working on the project of a Bonsai Narsari which I have thinking for Spread-out but i have no money for do it. Secondly, for greening district, a act of low greening should be created where the people are planted tree and used dustbeens in urban or rural area in widely. Under forest dept. I am president of JFMC(joint forest menegement commetee), doing on greening atmosphere.