- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতাৰ ওপৰত পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা
মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। ...

মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এই সমস্যাই গভীৰভাৱে দেখা দিছে। শৌচাগাৰৰ অভাৱ আৰু স্বাভাৱজাত অভ্যাস ইয়াৰ এক মূল কাৰণ। যদিও অসমৰ নগৰাঞ্চলৰ লোকৰ মাজত এনে প্ৰৱণতা কম তথাপি ঘন বসতিপূৰ্ণ কিছুমান এলেকা অথবা বহিৰাগত লোকৰ ক্ষেত্ৰত এনে প্ৰৱনতা দেখা পোৱা যায়। নগৰাঞ্চলত বাস কৰা লোকৰ কিছু সংখ্যকৰ উপযুক্ত জ্ঞানৰ অভাৱৰ বাবে প্ৰায়ে পকী শৌচালয়ৰ পৰিৱৰ্তে কেঁচা শৌচালয় ব্যৱহাৰ কৰে। নগৰাঞ্চলত বহু শিক্ষিতলোকে মুকলিকৈ প্ৰস্ৰাৱ কৰা দেখা যায়। ইয়াৰ দ্বাৰা অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰে। অসম চৰকাৰে অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতাৰ ক্ষেত্ৰত শৌচাগাৰ নিৰ্মাণকে ধৰি বিভিন্ন কাম হাতত লৈছে।
এই প্ৰতিযোগিতাৰ দ্বাৰা অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতা বিষয়ত জনসাধাৰণৰ পৰা বিভিন্ন মতামত আহ্বান কৰা হৈছে। সু-স্বাস্থ্যৰ বাবে সম্ভাৱ্য প্ৰতিৰোধমূলক ব্যৱস্থা সমাধান সূত্ৰ প্ৰদৰ্শনৰ জৰিয়তে অনাময় শৌচাগাৰ নিৰ্মাণ কৰি ইয়াক ব্যৱহাৰ কৰিবলৈ নাইবা বৰ্তমানৰ কেঁচা শৌচালয় সমূহ অনাময় শৌচালয়লৈ পৰিৱৰ্তন কৰিবলৈ আমি জনসাধাৰণক এই প্ৰতিযোগিতাৰ দ্বাৰা উৎসাহিত কৰিব বিচাৰো, যিয়ে অসমক এখন মুকলি স্থানত মলত্যাগ মুক্ত ৰাজ্য হিচাবে পৰিগণিত কৰিব।
অন্তিম তাৰিখ : ১৮.০৫.১৭
প্ৰথম পুৰস্কাৰ ৩০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ ২০,০০০ টকা
তৃতীয় পুৰস্কাৰ ১০,০০০ টকা
Upasana Baruah 7 বছৰ 11 হিচাপপূৰ্বে
Sanitation and ODF Awareness is very important for us. This is the poster of SANITATION AND ODF AWARENESS. I hope this poster will somehow help the public to understand that what happen if there is no proper sanitation.
CONTACT NO.:7086325985
EMAIL ADDRESS: upasana.baruah@yahoo.com
EDUCATION: Persuing Bachelor of Design from CENTRAL INSTITUTE OF TECHNOLOGY, KOKRAJHAR
Dhritirupa Dutta 7 বছৰ 11 হিচাপপূৰ্বে
আহক সকলোৱে মিলি এখন সুন্দৰ পৰিস্কাৰ সমাজ গঢ় দিওঁ ।
সুন্দৰ পৰিবেশত সুন্দৰ মন গঢ় দিব পাৰি ।
সকলোৰে বাবে মোৰ পষ্টাৰখনি আগবঢ়াই দিলোঁ ।
শ্ৰীমতী ধৃতিৰূপা দত্ত,
চেণ্ট মেৰিজ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, মালিগাঁও, গুৱাহাটী-৭৮১০১১
যশোদা অনন্ত এপাৰ্টমেণ্ট, ফ্লেট নং ৬০১
ফোন নং _ ৮৪০৪০৫২৮৯৮
ARINDAM SENGUPTA 7 বছৰ 11 হিচাপপূৰ্বে
Poster Title:-Sanitation and ODF Awareness.
Medium:- Water and Poster Colour.
Size:- Landscape 17"x23".
Art by:- ARINDAM SENGUPTA.
BIPLAB KUMAR BARMAN 7 বছৰ 11 হিচাপপূৰ্বে
THIS POSTER WILL BE CREATED FOR THE AWARENESS OF PUBLIC SANITATION AND OPEN DEFECATION.
SNEH LATA_1 7 বছৰ 11 হিচাপপূৰ্বে
Sanitation is the most important part of our development.
I hope this poster may help to spread awareness.
Thank you for the opportunity.
Dj Bravo 7 বছৰ 11 হিচাপপূৰ্বে
This poster is to spread awareness about sanitation among the people of Assam,please.
Submitted by Sandeep Kumar Samal
Gopal krishna deka 7 বছৰ 11 হিচাপপূৰ্বে
Sanitation and ODF Awareness in assamese language,
সাধাৰণ মানুহে সততে বুজি পোৱা কৈ এই পোষ্টাৰখনি তৈয়াৰ কৰা হল
গোপাল কৃষ্ণ ডেকা
9954067536
Bhuban Hajowary 7 বছৰ 11 হিচাপপূৰ্বে
Bhuban Hajowary.
Hope people will aware about sanitation and ODF from my poster
Bijumoni Phukan 7 বছৰ 11 হিচাপপূৰ্বে
poster on sanitation and open defecation free awareness
Art by Biju Moni Phukon
Vill-Bezpather
P.O-Dhemechi
Dist-Dibrugarh.
Mohan 7 বছৰ 11 হিচাপপূৰ্বে
Hare Krishna
Lord himself gave the definition of "Swachhata/Suchita" (Cleanliness) in Sloka 17.14 and Sloka 16.7 of Bhagavat Gita - As It Is.
He gave the knowledge on "Liberation of Soul" and about "ODF" about 5200 years ago and now our Hon'ble Prime Minister of India Sri Narendra Modiji and Hon'ble Chief Minister of Assam Sri Sarbananda Sonowalji is regenerating the Mission of Lord on Cleanliness in the name of "Swachh Bharat". Let's come forward and fulfill the wish of Lord, PM & CM.