You don't have javascript enabled. Please Enabled javascript for better performance.

ব্লগ

মাই গভ্‍ গ্ৰীডৰ সকলো ব্ল’গ

নামফাকে

ডিব্ৰুগড় জিলাত অৱস্থিত নামফাকে গাঁও হৈছে আটাইতকৈ বেছি সংখ্যক টাই-ফাকে বসতি থকা অঞ্চল। নামফাকে গাঁৱৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিং নদীৰ সূৰ্যাস্তৰ নৈসৰ্গিক দৃশ্যৰাজিয়ে গাঁওখনৰ সৌন্দৰ্য বঢ়াই তোলে

পোষ্ট তাৰিখ : 20 Jul 2018

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বিভিন্ন স্বাস্থ্য সেৱা উদ্যোগ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বিভিন্ন স্বাস্থ্য সেৱা উদ্যোগ

পোষ্ট তাৰিখ : 20 Jul 2018

হাফলং : প্ৰকৃতিৰ এক অনন্য সৃষ্টি

প্ৰকৃতিৰ অনুপম সম্পদেৰে ভৰা ডিমা হাচাও জিলাত অৱস্থিত হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰ। সমুদ্ৰপৃষ্ঠৰ পৰা ২,৩০০ ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ এক ভূ-স্বৰ্গ।

পোষ্ট তাৰিখ : 20 Jul 2018

বন মহোৎসৱ: অসমৰ উল্লেখযোগ্য গছ-গছনি সমূহ

৭৮,৪৩৮ বৰ্গকিলোমিটাৰ জুৰি আৱৰি থকা অসমভূমিৰ প্ৰায় ৩৫.৮৩ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে অৰণ্যৰে। অসমৰ সাৰুৱা ভূমিত আছে বহু গছ-লতিকা, যিবোৰ কেৱল ঔষধি গুণসম্পন্নই নহয়, অৰ্থনৈতিক দিশৰ ফালৰ পৰাও সমানেই গুৰুত্বপূৰ্ণ।

পোষ্ট তাৰিখ : 17 Jul 2018

যোগ – এক শাৰীৰিক আৰু মানসিক প্ৰশান্তি

মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উত্কৰ্ষ সাধনৰ এক প্ৰধান উত্স হৈছে – যোগ। ঐতিহ্যময় ভাৰতীয় সংস্কৃতিৰ এক পৰিচয় হিচাবে অতীজৰে পৰা যোগাভ্যাসে দখল কৰি আহিছে এখন উল্লেখযোগ্য আসন। আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তিৰ বিকাশত যোগাভ্যাসে প্ৰভূত বৰঙণি আগবঢ়াই আহিছে।

পোষ্ট তাৰিখ : 27 Jun 2018

স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ যোজনা (SVAYEM)

স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ যোজনাৰ অধীনত, অসমৰ যুৱ উদ্যোগীসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় আৰ্থিক অনুদান প্ৰদানেৰে অসমৰ ক্ষুদ্ৰ আৰু সূক্ষ্ম উদ্যোগসমূহৰ বিকাশ সাধনৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। স্বায়ত্বশাসিত জিলা পৰিষদসমূহক সাঙুৰি অসমৰ প্ৰতিখন জিলাতে কাৰ্যকৰী কৰা হৈছে এই আচঁনি ।

পোষ্ট তাৰিখ : 09 May 2018

কনকলতা মহিলা নগৰীয়া সমবায় বেংক – নাৰী সৱলীকৰণৰ এক অন্যতম উদাহৰণ

যোৰহাটত অৱস্থিত অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক হৈছে কনকলতা মহিলা নগৰীয়া সমবায় বেংক। কাৰ্যপ্ৰণালী অন্য সকলো বেংকৰ দৰেই, কিন্তু ইয়াৰ সকলো বিষয়া-কৰ্মচাৰী মহিলা।

পোষ্ট তাৰিখ : 07 Apr 2018