You don't have javascript enabled. Please Enabled javascript for better performance.

blog

মাই গভ্‍ গ্ৰীডৰ সকলো ব্ল’গ Agriculture Department, Assam

বানপানীৰ পৰিপ্ৰেক্ষিতত ল’বলগীয়া জৰুৰী কৃষি ব্যৱস্থা

ধাৰাষাৰ বৰষুণৰ ফলত প্ৰতি বছৰেই বাৰিষাকালীন সময়ত ৰাজ্যখনৰ বিভিন্ন জিলা বানপানীৰ কবলত পৰে। যাৰ ফলত হাজাৰ হাজাৰ বিঘা ভূমিৰ খেতি নষ্ট হৈ পৰে। এনে পৰিপ্ৰেক্ষিতত পানী শুকোৱাৰ ওপৰত ভিত্তি কৰি কৃষক ৰাইজে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

পোষ্ট তাৰিখ : 04 Aug 2020