মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাক সফলতাৰ দিশেৰে লৈ যোৱাৰ ক্ষেত্ৰত পৰামৰ্শৰ আহ্বান
Start Date: 07-04-2017
End Date: 11-05-2017
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ মাননীয় ...
বিতং তথ্য গোপন কৰক

Dhrubajyoti Kalita 8 বছৰ 3 সপ্তাহ পূৰ্বে
অসমত সিঁচৰতি হৈ থকা বনভোজস্থলীবোৰৰ তদাৰক আৰু বনভোজৰ দলবোৰক পৰিচালনাৰ বাবে যদি তাৰ ওচৰৰ যুৱক-যুৱতীকিছুমানক প্ৰশিক্ষণ দিয়া হয়, তেতিয়া বনভোজবোৰ শৃংখলাৱদ্ধ হোৱাৰ লগতে বনভোজৰ স্থলীবোৰৰ সৌন্দৰ্য অটুত থাকিব। তদুপৰি কিছুসংখ্যক যুৱক-যুৱতীসকলে নিজৰ এলেকাতেই পৰ্যটন উদ্যোগ পৰিচালনাৰ প্ৰাথমিক অনুশীলনৰো এটা সুন্দৰ সুযোগ পাব। কিছু উপাৰ্জনো কৰিব পাৰিব। পৰিৱেশ শিক্ষা আৰু সুৰক্ষাৰ বাবেও এইটো এটা প্ৰধান উপায় হব পাৰে।
Dhrubajyoti Kalita 8 বছৰ 3 সপ্তাহ পূৰ্বে
গাঁওৰ বহুতো আত্ম সহায়ক গোটলৈ চৰকাৰ বা বেংকৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা দেখা যায় যদিও বহুতো আত্ম সহায়ক গোটে কাবুলীৰ দৰে ধনখিনি অন্য লোকক ধাৰলৈ দি সূতৰ ব্যৱসায়হে কৰা দেখা যায়।চৰকাৰী সুবিধাৰ অপব্যবহাৰ কৰা এনে গোটবোৰক উৎপাদনমুখী কামত আত্মনিয়োগ কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অন্যথাই, গাঁওবোৰত এক ক্ষতিকৰ অপসংস্কৃতি গঢ় লৈ উঠিব আৰু চৰকাৰী আঁচনি বিফল হৈ চৰকাৰৰেই বদনাম আনিব। ধন্যবাদ
Ramakrishna Lakshmanan 8 বছৰ 3 সপ্তাহ পূৰ্বে
Sir, organic farming must be encouarged to be taken up. It not
only saves from investment on fertilizers, pesticides and other
harmful chemicals, but also will help in producing healthy and
safe grains and pulses. It also helps in avoiding exposure to
dangerous chemicals that is very harmful for humans. Organic
farming will also help in reducing soil pollution and also water
pollution. Natural nature made alternatives are available that
can be used to replace fertilizers, pesticides, etc.
bibhu hazarika 8 বছৰ 3 সপ্তাহ পূৰ্বে
Youth-Yoga-Sports Mission
every village has a school in assam. that premise of school should be utilised as Yoga and Sports center of the village. A team should be formed among the youth of the village for managing the centre. The capacity building training should be given to these youth with management skill
bibhu hazarika 8 বছৰ 3 সপ্তাহ পূৰ্বে
the member of the socity will do fishery, diary & organic farming in their own land with the help of technical support & financial support if any from govt. department and the help of branch of the society.
bibhu hazarika 8 বছৰ 3 সপ্তাহ পূৰ্বে
The society must following branch a)Fishery support Branch b)Diary support branch c)Organic farming support branch d) marketing branch. One person from branch a to c should be trained by the govt. for onward training to the other member of the socity. At 4 member of the marketing branch should be trained by the govt. on marketing.
bibhu hazarika 8 বছৰ 3 সপ্তাহ পূৰ্বে
each family not each socity
bibhu hazarika 8 বছৰ 3 সপ্তাহ পূৰ্বে
A villagewise co-operative society should be formed atleast one member from each society who have own land for integrated fishery milk organic farming. Govt must implement all scheme in the village through this society relating to fishery diary and organic farming.
Mr Chandan Hazarika 8 বছৰ 3 সপ্তাহ পূৰ্বে
Sir , please arrange mini transport facility for villagers women for moving one place to another place in minimum cost .
Dhrubajyoti Kalita 8 বছৰ 3 সপ্তাহ পূৰ্বে
গাঁওৰ মানুহৰ সৰলতা আৰু অজ্ঞতাৰ সুবিধা লৈ চৰকাৰী সুবিধাবোৰ এচাম দালাল শ্ৰেণীৰ লোকে প্ৰায়েই অপপ্ৰয়োগ কৰা দেখা যায়।বিশেষকৈ আৰ্থিক অনুদান আৰু খেতিয়কৰ বাবে দিয়া বীজ, সাৰ, প্ৰশিক্ষণ আদিৰ ক্ষেত্ৰত বহু সময়ত এনে হয়। এনে কাৰ্য ৰোধ কৰাৰ বাবে ৰুপায়ণ কৰিবলগীয়া সকলো আঁচনি বা সা-সুবিধাৰ খবৰ চৰকাৰী ৱেবচাইতত আগতীয়াকৈ প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ ওচৰত ইমেইল আই ডি জমা দিয়া সকলো হিতাধিকাৰী, স্বেচ্ছাসেৱক আৰু স্থানীয় ৰাজহুৱা অনুস্থানলৈ প্ৰেৰণ কৰিব কৰিব লাগে। তেনে কৰিলে বহুতো লোকে কামবোৰৰ ওপৰত নজৰ ৰাখি চৰকাৰক সহায় কৰিব।