You don't have javascript enabled. Please Enabled javascript for better performance.

অসমত শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰাৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 02-05-2018
End Date: 31-05-2018

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ গুৰুত্ব সৰ্বাধিক। অসম চৰকাৰে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি আহিছে, যিয়ে ৰাজ্যখনক এখন দেশৰ ভিতৰতে জাকত-জিলিকা কৰি তুলিব পাৰে। শিক্ষাক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য কৰি তুলিবৰ বাবে বহু আঁচনি হাতত লৈছে। অসমৰ শিক্ষাখণ্ডক অধিক প্ৰসাৰিত কৰিবলৈ অসমৰ জনসাধাৰণৰ দিহা-পৰামৰ্শ সদায়েই জৰুৰী।

শিক্ষাক অধিক উন্নত মানদণ্ডৰ কৰি তুলিবৰ বাবে মাই গভ্ অসমে অসমৰ জনসাধাৰণৰ পৰা পৰামৰ্শ আৰু মতামত বিচাৰিছে।

সকলো মন্তব্য
Reset
13 তথ্য পোৱা গ’ল
15280

Bhaskar jyoti Mahanta 7 বছৰ 3 সপ্তাহ পূৰ্বে

প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ মূল সমস্যাবোৰ হ'ল
১/ চৰকাৰী বিদ্যালয়ৰ প্ৰতি সমাজৰ অনীহা আৰু বিশ্বাসহীনতা
২/দুৰ্নীতি
৩/তৃণমূল পৰ্যায়ৰ সৈতে শৈক্ষিক নীতি প্ৰস্তুত কৰা সকলৰ সমন্বয়হীনতা
৪/পদোন্নতি বা পুৰষ্কাৰৰ অভাৱৰ বাবে শিক্ষকে নতুন কিবা এটা কৰাৰ মনোভাৱৰ অভাৱ
৫/ বৈচিত্ৰ্যহীন আৰু গতানুগতিক কৰ্মৰ বাবে অৱসাদ
৬/ যোগাত্মক মনোবৃত্তিৰ অভাৱ
৭/ বৃত্তিগত তথা দেশসেৱাৰ মনোভাৱৰ অভাৱ
৮/ অনুপযুক্ত প্ৰশিক্ষণ ।
৯/ শ্ৰেণী অনুযায়ী শিক্ষকৰ নোহোৱাৰ সমস্যা
১০/ প্ৰতিযোগিতামূলক মনোবৃত্তিৰ অভাৱ
১১/ ৰাজনীতিৰ মেৰপেচ

200

Nitu deep Deka 7 বছৰ 3 সপ্তাহ পূৰ্বে

Sir, we are secondary TET (BTC/NCHAC)2017 qualified candidate conducted by RMSA Assam. Almost one year ago we passed the said TET but till today there is no initiative for appointing us. Only 358 candidate qualified that said TET. Director of education BTC issued an advertisement for appointing high school teacher in BTAD area of Assam in 06/08/2017. But there is no clearance about vacant post lying in BTAD area's high school.Director of education/BTC said that there is approx 800 lying vacant.

  •