You don't have javascript enabled. Please Enabled javascript for better performance.

Spirit of Atmanirbhar Bharat | Share about a new skill acquired

Start Date: 13-07-2021
End Date: 15-08-2021

As the world continued to grapple with COVID-19 pandemic and faced phase-wise lockdown, many people, especially the youth, are learning and acquiring new skills from comfort of ...

See details Hide details
ক’ভিডৰ প্ৰতিকূল সময়ত নতুন দক্ষতা অৰ্জনেৰে আত্মনিৰ্ভৰশীল ব্যক্তিসকল
Closed

As the world continued to grapple with COVID-19 pandemic and faced phase-wise lockdown, many people, especially the youth, are learning and acquiring new skills from comfort of their homes. The spirit of Atmanirbhar Bharat has inspired today’s generation to equip themselves with various professional skills.

If you too have learnt a new skill or have a friend or relative who has acquired one, share the inspiring story with MyGov Assam with #iamAtmanirbhar and win a chance to get featured across our social media platforms.

Click a photo or shoot a video showcasing the new talent and tag MyGov Assam on social media or post your photo/video in the comment section below.

Last date of submission: August 15, 2021

All Comments
Total Submissions ( 10) Approved Submissions (9) Submissions Under Review (1) Submission Closed.
Reset
9 Record(s) Found
660

DibyajyotiDeka 3 years 4 months ago

সৰুৰে পৰা জীৱ জন্তু আৰু প্রকৃতিৰ লগত এটা আত্মিক সম্বন্ধ আছিল । সেইগতিকে ২০১৮ বৰ্ষত সেই সম্বন্ধ জীৱিকালৈ পৰিৱৰ্তিত হৈ অসমবাসী ৰাইজৰ মাজত Kapili Agrovet Farm নামেৰে পৰিচিত হয়। ভৱিষ্যতে মাংস,গাখীৰ আৰু পশু খাদ্যৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক বৃহৎ ৰূপত গঢ় দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

600

BidyutJyotiKalita 3 years 4 months ago

২০১৯ চনৰ ১১ ডিচেম্বৰত চান্দমাৰীত 'ভুৰুকা' নামেৰে এখন অসমীয়া পিঠা-পনা-জলপান আৰু ভিন্ন চাহৰ বিপনী আৰম্ভ কৰো । কোভিদ সদৃশ পৰিবেশৰ মাজতে অসমবাসী ৰাইজৰ মৰম আৰু সহযোগিতাৰে ভুৰুকা অব্যাহত আছে । ভুৰুকাৰ মূল লক্ষ্য হ'ল হেৰাই যাব ধৰা পিঠা-পনা, জলপানৰ দৰে লঘু অসমীয়া খাদ্যক সগৌৰৱে জীয়াই ৰখা আৰু উত্তৰণ ঘটোৱা ।

10220

Parag saikia 3 years 4 months ago

প্ৰতিটো পৰিয়ালে নিজস্ব প্ৰয়োজনীয় সামগ্ৰীসমূহ উৎপাদন কৰি ল'লেও আত্ম- নিৰ্ভৰশীল হৈ সুস্থভাৱে থাকিব পাৰি৷ সেই চিন্তাধাৰাৰে পৰিচালিত হৈ, এজন শিক্ষক হিচাপে ক'ৰনাকালত নিয়মিত অনলাইন পাঠদানৰ সমান্তৰালকৈ নিজাকৈ পুখুৰীত মৎস্য উৎপাদন- পথাৰত ধানখেতি, বাৰীত পাচলি, ফলমুল আদি উৎপাদন কৰি আমি স্বাৱলম্বী হৈ সুন্দৰভাবে চলি আছো৷

10220

Parag saikia 3 years 4 months ago

প্ৰতিটো পৰিয়ালে নিজস্ব প্ৰয়োজনীয় সামগ্ৰীসমূহ উৎপাদন কৰি ল'লেও স্ব-নিৰিভৰশীল হৈ সুস্থভাৱে থাকিব পাৰি৷ সেই চিন্তাধাৰাৰে পৰিচালিত হৈ, এজন শিক্ষক হিচাপে ক'ৰনাকালত নিয়মিত অনলাইন পাঠদানৰ সমান্তৰালকৈ নিজাকৈ পুখুৰীত মৎস্য উৎপাদন- পথাৰত ধানখেতি, বাৰীত পাচলি, ফলমুল আদি উৎপাদন কআমি স্বাৱলম্বী হৈ সুন্দৰভাবে চলি আছো৷