- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- Creative Corner
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
Moment with Mother
Mother bears a lot of significance in everyone’s life. She attains a very high stature in Indian society among others. The International Mother’s Day is celebrated every year ...

Mother bears a lot of significance in everyone’s life. She attains a very high stature in Indian society among others. The International Mother’s Day is celebrated every year on the second Sunday of May.
In the run-up to the celebrations on May 12, MyGov Assam invites you to share with us your best moment with your mother.
The ‘moment’ can be dedicating a song to her / singing a video song / writing a poem for her /sharing a candid moment with your mother in the house etc.
You can send your entries to assam.mygov.in and some of the best entries will be featured on MyGov Assam’s various social media platforms.
Last date of receipt of entries is May 20
Note: Plagiarised entries will be disqualified.
Dimpy Pathak Das 6 years 3 weeks ago
"মা"এই এটা শব্দতেই যেন সমস্ত পৃথিবীৰ মৰম ,সহনশীলতা আৰ উদাৰতাবোৰ লুকাই আছে ৷ মনুহৰ বয়স জিমানেই নহওক ,কস্ত পালে মা’ বুলিয়ে চিঞৰে৷ মাতৃহোৱাৰ সমান দ্বায়িত্বশীল কাম পৃথিবীত আৰু নাই ৷ এগৰাকী মাকেই এতি সন্তানক ভাল বেয়াৰ মাজত প্ৰভেদ বুজাই এজন সুনাগৰিক হিচাপে গঢ়ি তুলে ৷আজিও মোক যে অনৈতিক কাম কৰাত বাধা দিয়ে,সেই সৰুকালৰ মাৰ হাতৰ এচাৰিদালৰ কোববোৰে ৷দেশৰ মাতৃসকলৰ হাততেই থাকে ভবিষ্যত গঢ়াৰ দায়িত্ব ৷ সেয়েহে হয়টো নেপোলিয়ন বোণাপাৰ্তে কৈছিল -'Give me good mothers and I shall give you great nation.'
Hirakjyoti nath 6 years 3 weeks ago
কোনো মাতৃয়ে নিজৰ সন্তানৰ বেয়া কামনা নকৰে। এনেকুৱা নহয় যে মোৰ আইৰ সকলো আছিল,লাগ বুলিলে সকলো দিব পাৰিছিল। সেই অভাৱৰ মাজতো কিবা খুজিলে কেতিয়াও না নকৰা মানুহজন কিন্তু বেলেগ হব নোৱাৰে। আইৰ সমান সঁচাকৈ পৃথিৱীত কোনো হব নোৱাৰে। প্ৰাথমিক শিক্ষা সাং কৰি টাউনৰ স্কুলত যাব লগা হোৱাত চাইকেল এখনৰ বৰ প্ৰয়োজন হৈছিল। সেই সময়ত যি কষ্ট কৰি কাপোৰ বৈ চাইকেল কিনাৰ বাবে আয়ে টকা যোগাৰ কৰি দিছিল সেইয়া কেতিয়াও পাহৰিব নোৱাৰোঁ। কিছুমান কথা সৰু যেন লাগিলেও তাৰ মাজত লুকাই থকা আইৰ কষ্ট,আশাবোৰে সঁচাই এতিয়া অনুপ্ৰেৰণা জগাই।
Ashim Pathak 6 years 3 weeks ago
মাতৃত্ব ইশ্বৰ প্ৰদত্ত। মাতৃ মমতাৰ প্ৰতিমা,সৃষ্টিৰ বুনীয়াদ,জীৱন জেউতি,অস্তিত্বৰ কুহিঁপাত।।
somnath dahal 6 years 3 weeks ago
মাতৃ মৰম কম হৈ নাযায় জীৱনৰ প্ৰথম অৱস্থাত মাৰ মৰম পায় আজি আমি দেশৰ লগতে সকলো বিষয়ৰ ওনয়ন কৰিব পাৰো আসম চৰকাৰৰ লগত আলোচনা কৰিবলৈ সক্ষম হলো Swachh Bharat Jai hind Somnath dahal
Village panbari PO Joyrampur Dist dhemaji Assam
Nilu neog 6 years 3 weeks ago
আই অ,
একো দিব নোৱাৰিলো অ' তোক ।।।
আমাৰ বাবেই ওৰেটো জীৱন
উঃ বুলি নোকোৱাকৈ পাৰ কৰিলি !!!
উজাগৰী ৰাতিৰ তোৰ হাতৰ বুলনি মোৰ চুলিত
তোৰ বাৰু টোপনি নাহেই নি??
কেনেকৈ নোকোৱাকৈয়ে বুজি উঠিছিলি মোৰ মনৰ কথা বোৰ??
আপোন ঘৰ খন এৰি অহাৰ পাছতো
তই মোক আগৰ দৰেই খবৰ ৰাখ!!
আজি ভাবিছো . একো দিয়াই নহল দেখোন অ তোক...
আজিৰ এই পবিত্র ক্ষণত তোক ধন্যবাদ দিছো মোক এই সৃষ্টিৰ সুবিশালতাত ঠাই দিয়াৰ বাবে...!
তোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। সময় আৰু পৰিবেশ সদায় সলনি হব. ধূৰুপ
তই মোৰ চেনেহী আই