Finance Department, Assam
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- Creative Corner
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
The Finance Department invites suggestions from public for the forthcoming Assam Budget 2018-19
Start Date: 26-12-2017
End Date: 16-02-2018
The Finance Department has been emphasising on the need to make the budget citizen and outcome oriented. It aims to prepare an “eBudget” that is extremely easy for the ...
Hide details










mujammile.ali@gov.in 8 years 1 week ago
After the Grand success of GUNOTSAV, Government is going to organize SWASTHYA UTSAV. My humble submission is to organize KARMOTSAV in every administrative departments/offices(Excluding Health establishment) of Government of Assam so that really G2C and G2B services can be deliverd efficiently to the end users.It will also change the images of govt. offices as well as its employees.
sanjoy bagh 8 years 1 week ago
1. Develope Community Radio centres in Each LACs for better implementing of schemes with grass roots public participations.
2. Instead conducting Gunoutsav we better develope some Arts & Crafts programs right from Lower standards .Atleast we can build our children Skillful right from their childhood .
3. Allot maximum funds on income Generating Programs.
nitu bora 8 years 1 week ago
মৰিগাঁও জিলাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে।
বহুত পিছপৰি আছোঁ আমি।
nitu bora 8 years 1 week ago
TET পৰীক্ষা আকৌ পাতৰ ব্যৱস্থা কৰিব লাগে কিন্তু ST/SC/OBC ক লৈ নহয়।
আমি কি চাকৰি কৰিব নালাগে নেকি ?
সিহঁতৰ বাহিৰে আমাৰ কি অধিকাৰ নাই।
নিতু বৰা
আহ্বায়ক,তথ্য প্ৰযুক্তি আৰু সামাজিক সংবাদ বিভাগ, ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা।
Dr Rajib Jangid 8 years 1 week ago
NHM emoloyees doing same things at minimum/no facilities..wages are not at par nd no social security schemes applicable to them..Hope this coming budget address these issues..Thanks
Chandan Saikia 8 years 1 week ago
নিৰ্বাচনৰ আগৰ প্ৰতিশ্ৰুতি মতে SSA ৰ ঠিকা ভিত্তিক শিক্ষক সকলে Scale pay 7th pay commission সকলো সুবিধাৰ লগতে নিয়মিয়া কৰন কৰা হৈছে কিন্তু ২৪ ঘন্টাই কৰ্মৰত NHM ঠিকা ভিত্তিক চিকিৎসক,নাৰ্চ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট সকলে অসম চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা মেধা ভিত্তিত শিক্ষা গ্ৰহন কৰি পন্জীয়ন নং ৰ সৈতে ডিগ্ৰী/ডিপ্লমা/চাৰ্টিফিকেট লৈ আকৌ উপযুক্ত বাচনি পক্ৰিয়াৰে বাচনি হৈ NHM ত কৰ্মৰত হৈও নিম্ন দৰমহাত কৰ্মৰত…প্ৰথম কেবিনেটত একো নহ'ল এইবাৰ যাতে 7th pay Scale ৰ নিয়মাৱলী প্ৰযোজ্য কৰিব বুলি আশাবাদী…
Dhrubajyoti Kalita 8 years 1 week ago
১) ছাত্ৰ-ছাত্ৰীৰ মাজত দুচকীয়া যান্ত্ৰিক বাহন (যেনে-স্কুটীৰ দৰে) বিতৰণৰ ব্যৱস্থা বাতিল কৰি কিতাপ যোগান ধৰা বা দক্ষতা বিকাশৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা,
২) ছাত্ৰ-ছাত্ৰীৰ মাজত উন্নত মানৰ ৰেডিও যোগান ধৰা,
৩) প্ৰতিটো চৰকাৰী কাৰ্যালয়ত একোটা সুসজ্জিত গ্ৰন্থাগাৰ গঢ়ি তোলাৰ ব্যৱস্থা কৰা,
৪) প্ৰতিখন মহাবিদ্যালয়ত স্থানীয় পৰ্যায়ৰ একোটা সংগ্ৰহালয় গঢ়ি তোলা,
৫) প্ৰতিখন চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় আৰু মহাবিদ্যালয়ত অন্ধবিশ্বাস দূৰীকৰণ গোট গঠন কৰাৰ লগতে নিয়মীয়াকৈ সজাগতা অভিযান চলোৱাৰ ব্যৱস্থা কৰা।
Dhrubajyoti Kalita 8 years 1 week ago
১) বিভিন্ন মেলা-সমাৰোহ স্থলীলৈ নিব পৰাকৈ ভ্ৰাম্যমাণ বাহনৰ ৰূপত শৌচাগাৰ নিৰ্মাণৰ সুযোগ।
২) সকলো গাঁওত পুথিভঁড়াল স্থাপন।
৩) প্ৰতিটো উন্নয়ন খণ্ডত চৰকাৰৰ উদ্যোগত বিজ্ঞান মেলা, কৃষি মেলা আৰু গ্ৰন্থ মেলাৰ আয়োজনৰ ব্যৱস্থা।
৪) প্ৰতিটো উন্নয়ন খণ্ডত বনবিভাগৰ উদ্যোগত থলুৱা বনদৰৱৰ নাৰ্ছাৰী স্থাপন
৫)প্ৰতিটো পঞ্চায়তত অত্যাধুনিক সুবিধাৰে সুসজ্জিত প্ৰশিক্ষণ ভৱন, তথ্য কেন্দ্ৰ, পুথিভঁড়াল, প্ৰদৰ্শনী গেলেৰী সহ কৃষক কেন্দ্ৰ।
৬) প্ৰতিটো পঞ্চায়তত একোখন আদৰ্শ উদ্যান শস্যৰ বাগিছা সহ আদৰ্শ মীন কেন্দ্ৰ স্থাপন।
Kaushik Das 8 years 2 weeks ago
My idea of a good budget will give more emphasis on these areas.
1) allocate more money on roads. Assam need all weather roads,more roads, better roads, better connectivity.
2) healthcare
a) more funds for hygiene maintenance, better supply of medicine.
{b)more doctors needed
3) electricity needs to be looked upon too
4) tourism- boost rural roads, develop roads that connects tourist places, develop parks.
5) a better industrial policy.
Sanjeev Sarmah 8 years 2 weeks ago
Assam Medical Service Corporation should be established as like Tamilnadu Medical Services Corporation to strengthen the quality and availability of medicines at government health institutions. More emphasis should be given to primary health care centers to reduce the burden of tertiary health care institutions of assam. Health sector jobs like health educator, health inspector, MPW, SW should be reserved for Paramedical Degree/Diploma holders to improve the quality of health service.