You don't have javascript enabled. Please Enabled javascript for better performance.

Women-Venturing Against All Odds

Start Date: 22-02-2018
End Date: 28-02-2019

অসমৰ বহু উদ্যোগী মহিলাই নিজৰ কৰ্ম দক্ষতাৰে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ বহু উদ্যোগী মহিলাই নিজৰ কৰ্ম দক্ষতাৰে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে। ৰাজ্যত এনে বহু অখ্যাত মহিলা আছে যিয়ে নিজৰ অদম্য সাহস, কষ্ট আৰু অধ্যৱসায়েৰে আৰু নীৰৱে বহু গঠনমূলক কাৰ্যত ব্যস্ত হৈ আছে।

মাই গভ অসমে এনে অখ্যাত মহিলা সকলক দিব বিচাৰে স্বীকৃতি। যিয়ে নিজৰ কষ্টৰ যোগেদি ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙনি আগবঢ়াইছে আৰু আন বহুতকে অনুপ্ৰানিত কৰিছে। এনে কোনো মহিলাৰ বিষয়ে আপুনি জ্ঞাত হ’লে আমালৈ ফটো আৰু সবিশেষ তথ্যৰ সৈতে আমালৈ পঠিয়াব পাৰে তেওঁৰ প্ৰেৰণাদায়ক কাহিনী। আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে আমি এই কাহিনীসমূহ প্ৰকাশ কৰিম আমাৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
9720

Soumyadip Ghoshal 5 বছৰ 7 হিচাপপূৰ্বে

Women empowerment is the backbone of a nation's development.My suggestion would be to provide employment to the women in Assam & other north-eastern states.The ideal step to provide employment is to open cloth or hand loom factories where women can work & can earn money for their family.As cooking is also another specialty of women,there should be more hotels where women can work & can their living.As bamboo plantation is famous in the NE states,bamboo factories should be built to provide jobs.