You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ নগৰ-চহৰ সমূহ আমি কেনেদৰে ধাৰণক্ষম কৰি তুলিব পাৰো?

Start Date: 19-03-2018
End Date: 30-06-2018

জৈৱ বৈচিত্ৰতাৰ এক প্ৰয়োজনীয় অংগ হৈছে অৰণ্যসমূহ। এই বৰ্ষৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

জৈৱ বৈচিত্ৰতাৰ এক প্ৰয়োজনীয় অংগ হৈছে অৰণ্যসমূহ। এই বৰ্ষৰ আন্তৰ্জাতিক অৰণ্য দিৱসৰ বিষয়বস্তু হৈছে ‘অৰণ্য আৰু ধাৰণক্ষম চহৰ’। গছ-গছনি আৰু অৰণ্য হৈছে বৰ্তমানৰ আৰু ভবিষ্যতৰ প্ৰজন্মৰ বাবে এক চালিকাশক্তি। অৰণ্যই কেৱল জলবায়ু পৰিবৰ্তনতেই প্ৰভাৱ নেপেলায় ই বায়ু প্ৰদূষণ ৰোধ কৰাতো সমানেই সহায় কৰে।

মাই গভ অসমে জনসাধাৰণৰ পৰা আমাৰ নগৰ-চহৰ সমূহক আমি কেনেদৰে ধাৰণক্ষম কৰি তুলিব পাৰো, এই সম্পৰ্কে মতামত তথা দিহা পৰামৰ্শ বিচাৰিছে।

সকলো মন্তব্য
Reset
11 তথ্য পোৱা গ’ল
300

Gautama Roy 6 বছৰ 2 সপ্তাহ পূৰ্বে

গছ থাকিলেহে মানুহ থাকিব।
মানুহ থাকিলে গছ নাথাকিব।

গছ ৰোপন আৰু সংৰক্ষণ জীৱনৰ এক অংগ হিছাপে মানুহে গ্ৰহণ কৰিব লাগিব।
চৰকাৰে সজাগতা অনুষ্ঠান কৰিব পাৰিব কিন্তু গছ ৰোপণ আৰু সংৰক্ষণ সমাজৰ দায়ত্ব।
মোৰ ধাৰণাত প্ৰতিটো সামাজিক ৰাজনৈতিক অৰ্থনৈতিক
সাঙস্কৃতিক অনুষ্ঠানতে লগতে সমস্ত ক্ষেত্ৰতে বৃক্ষ ৰোপনৰ লগতে ইয়াক সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিব লাগিব। সমাজ আৰু ব্যক্তি স্বতঃস্ফুত অংশগ্ৰহণ কৰিব লাগিব

702420

Ramakrishna Lakshmanan 6 বছৰ 1 monthপূৰ্বে

There should be planting of saplings and regularly watered and
maintained every possible place that includes schools, education
institutes, offices, gardens, near and around government buildings, hospitals, parks, colleges, etc. Citizens should also take initiatives like planting a sapling, watering, manuring, de-weeding, etc. Schools should encourage students to plant saplings and take care of it until it grows into a big tree, capable of drawing water deep into the soil.

2410

Dhrubajyoti Kalita 6 বছৰ 1 monthপূৰ্বে

১) মহানগৰীৰ প্ৰতিটো আবাসিক চৌহদ, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান,সামাজিক অনুষ্ঠানৰ মাজত পানীৰ সংৰক্ষণ, মিতব্যয়ী ব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণ সম্পৰ্কে প্ৰত্যক্ষভাবে হাতপুথি বা নিৰ্দেশনাৱলী বিতৰণৰ ব্যৱস্থা কৰিব লাগে।
২) সকলো বিদ্যুৎ উপভোক্তাৰ মাজত সহজ ভাষাত প্ৰস্তুত কৰা বিদ্যুতৰ নিৰাপদ আৰু মিতব্যয়ী ব্যৱহাৰ সম্পৰ্কীয় সজাগতা-শিক্ষামূলক হাতপুথি বিতৰণ কৰিব লাগে।

2410

Dhrubajyoti Kalita 6 বছৰ 1 monthপূৰ্বে

১) মহানগৰৰ প্ৰতিটো ৱাৰ্ডতে স্থায়ী বাসিন্দাসকলৰ বাবে কম ঠাইত বৃক্ষৰোপন, পাচলিৰ বাগিছা স্থাপন, পুষ্প উদ্যান স্থাপনৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে বিনামূলীয়াকৈ বীজ, পুলি বা কলম বিতৰণৰ ব্যৱস্থা কৰিব পাৰি।
২) প্ৰতিখন শিক্ষানুষ্ঠান বা চৰকাৰী কাৰ্যালয়ৰ খালী ঠাইবোৰত থলুৱা উদ্ভিদ ৰোপনৰ ব্যৱস্থা কৰিব পাৰি।
৩) মহানগৰৰ সকলো জলাশয় বেদখলমুক্ত কৰাৰ লগতে প্ৰণালীৱদ্ধভাবে পৰিচালনাৰ ব্যৱস্থা কৰা উচিত।

1102560

NANDIKANTI SAI KUMAR 6 বছৰ 1 monthপূৰ্বে

THERE SHOULD BE TRESS ON EITHER SIDE OF THE ROADS , IF ROADS ARE SMALL MADE IT WIDE AND PLANT ON EITHER SIDE OF THE ROADS WITH WIDE FOOT PATHS, IF POSSIBLE PLANT TRESS IN BETWEEN THE ROADS WHERE DIVIDER AND PLANTS ARE PRESENT. IN RURAL AREAS MAKE COMPULSORY FOR EVERY HOUSE TO PLANT ATLEAST 4 TRESS, AFTER GROWING THE TRESS GOVERNMENT SHOULD ENCOURAGE THOSE HOUSES BY GIVING SOME FUND, GIFTS ETC.ALL GOVERNMENT DEPARTMENTS, SCHOOLS, COLLEGES, INDUSTRIES SHOULD ALSO GREW TRESS AS MANY AS POSSIBLE.