You don't have javascript enabled. Please Enabled javascript for better performance.

দুৰ্গোৎসৱৰ উছাহৰ মাজত আপুনি ক’ভিড বিধি মানিছেনে?

Start Date: 11-10-2021
End Date: 16-10-2021

দুৰ্গোৎসৱৰ উছাহৰ মাজত আপুনি ক’ভিড বিধি মানিছেনে? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

দুৰ্গোৎসৱৰ উছাহৰ মাজত আপুনি ক’ভিড বিধি মানিছেনে?
আমালৈ প্ৰেৰণ কৰক ফটো অথবা ভিডিঅ‘

প্ৰতি বছৰৰ দৰে এইবেলিও দেশৰ সকলো প্ৰান্তৰ দৰে আমাৰ ৰাজ্যতো উলহ-মালহেৰে পালন কৰা হৈছে সকলোৰে অতি উল্লাসৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱ। কিন্তু বিগত দুটা বছৰ ধৰি ক’ভিড সংক্ৰমণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰৰ ফালৰ পৰা এইবাৰৰ পূজাত ক’ভিড বিধি মানি চলাটো বাধ্যতামূলক কৰা হৈছে।

মাস্ক পৰিধান কৰাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰি আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি পূজাৰ আনন্দ উপভোগ কৰাটো আমাৰ সকলোৰে বাবে অত্যন্ত জৰুৰী।

ক’ভিড বিধি মানি আপুনি কিদৰে পূজা উপভোগ কৰিছে, ফটো অথবা ভিডিঅ’ৰ জৰিয়তে আমাৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ অভিজ্ঞতা।

সামাজিক মাধ্যমত আপলোড কৰি আপোনাৰ ফটো/ভিডিঅ’ মাই গভ অসমক টেগ কৰক অথবা তলত মন্তব্য আকাৰেও প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 1) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ