- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ
স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত ...

স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত উৎপাদিত চাহৰ বাবেই অসমে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।
চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চাহৰ ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ জৰিয়তে অসমে যথেষ্ট ৰাজহ লাভ কৰি আহিছে। ২০২২ চনত অসমত চাহৰ উৎপাদন ৭০০ নিযুত কিল’গ্ৰামলৈ বৃদ্ধি পায়। ই হৈছে ভাৰতৰ উৎপাদনৰ ৫২%।
অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ চাহৰ অনবদ্য সোৱাদ আৰু ইয়াৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘ্টাই দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে অসমৰ চাহ শিল্প প্ৰদৰ্শন কৰা হ’ব।
এই সন্দৰ্ভত আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক।
অন্তিম তাৰিখ ঃ ১৪ ডিচেম্বৰ ২০২৩









NABAJIT BARMAN 2 বছৰ 5 হিচাপপূৰ্বে
Assam Tea is famous for its aroma and quality. It's high time to showcase our rich industrial potential through the tea industry and further promote the industry worldwide for better reach and trade.
AnantaRamDas 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by the Govt. The tea industry of Assam is one of the main source of earning. Therefore will be a great privilege to showcasing the Glorious Tea Industry of Assam in the national level platform.
MrinalSarma 2 বছৰ 5 হিচাপপূৰ্বে
The Tableau theme from Assam for this year Republic day tableaux is very much creative and impressive.Deserves an Award.
ParagKumarDas 2 বছৰ 5 হিচাপপূৰ্বে
One of the greatest intiative by the Govt of Assam showing 200-Year Legacy of Assam Tea as Republic Day.The tea of Assam of holds very significance not only in Assam infact all over world.
Showing tea as tableau of Assam will also reflect the greatest personalities and pioneers associated to tea.
KokilKumarBarman 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by Assam Govt...
AnjaliDevi 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by Govt.of Assam
to showcasing the Tea of Assam as
the part of Tableaux, 2024 in the
National platform.
AbhamoniSaikia 2 বছৰ 5 হিচাপপূৰ্বে
Tea industry may be called lifeline of Assam which need to be focused in National level stage. It's a great initiative.
ShahidulIslam 2 বছৰ 5 হিচাপপূৰ্বে
The state of Assam is the world's largest tea-growing region by production, lying on either side of the Brahmaputra River. Showing glorious haritage of our world famous tea in Republic Day Tableau will be a great initiative.
SurjyaKantaDeka 2 বছৰ 5 হিচাপপূৰ্বে
Showing assam's Tea industry in national platform is a great initiative
NAYANJYOTIKALITA 2 বছৰ 5 হিচাপপূৰ্বে
This type of initiative needs from Govt of Assam