- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ
স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত ...

স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত উৎপাদিত চাহৰ বাবেই অসমে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।
চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চাহৰ ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ জৰিয়তে অসমে যথেষ্ট ৰাজহ লাভ কৰি আহিছে। ২০২২ চনত অসমত চাহৰ উৎপাদন ৭০০ নিযুত কিল’গ্ৰামলৈ বৃদ্ধি পায়। ই হৈছে ভাৰতৰ উৎপাদনৰ ৫২%।
অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ চাহৰ অনবদ্য সোৱাদ আৰু ইয়াৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘ্টাই দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে অসমৰ চাহ শিল্প প্ৰদৰ্শন কৰা হ’ব।
এই সন্দৰ্ভত আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক।
অন্তিম তাৰিখ ঃ ১৪ ডিচেম্বৰ ২০২৩









JemieBaruah 2 বছৰ 5 হিচাপপূৰ্বে
Representing the tea and the tea community of Assam in national level is a very great initiative of the government.
monika sharma 2 বছৰ 5 হিচাপপূৰ্বে
অসম চৰকাৰৰ দ্বাৰা মহান পদক্ষেপ|অসম চৰকাৰে অসমৰ সমৃদ্ধ সাংস্কৃতিক তথা জৈৱ বৈচিত্ৰ্য প্ৰদৰ্শন কৰিব।
Hiya Gogoi 2 বছৰ 5 হিচাপপূৰ্বে
অসম চৰকাৰৰ বৰ সুন্দৰ পদক্ষেপ।
Biswajitgogoi 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by Assam Government
Simi 2 বছৰ 5 হিচাপপূৰ্বে
Assam is the largest tea growing region in the world in terms of production. It would be a great step to show a glorious tribute to our world famous tea on the Republic Day tableau. The tea industry can be called the lifeline of Assam which needs to be focused at the national level. It's a big step.
SumiRabha 2 বছৰ 5 হিচাপপূৰ্বে
Showing assam's Tea industry in national platform is a great initiative
Sumu Gogoi 2 বছৰ 5 হিচাপপূৰ্বে
অসমৰ চাহ উদ্যোগক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাটো আমাৰ কাৰণে গৌৰবৰ কথা।
OvoRajkumar 2 বছৰ 5 হিচাপপূৰ্বে
It is a Great Idea to showcase this Rich Heritage on 2024 Republic Day. It will add more aesthetic to Republic Day. And also thereby, Assam Tea will be Put before the World.
Sikha Rani Saikia 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by Assam Govt. Tea industry need to be promote in national level.
Sumu Gogoi 2 বছৰ 5 হিচাপপূৰ্বে
Showing assam's Tea industry in national platform is a great initiative.