- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ
স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত ...

স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত উৎপাদিত চাহৰ বাবেই অসমে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।
চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চাহৰ ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ জৰিয়তে অসমে যথেষ্ট ৰাজহ লাভ কৰি আহিছে। ২০২২ চনত অসমত চাহৰ উৎপাদন ৭০০ নিযুত কিল’গ্ৰামলৈ বৃদ্ধি পায়। ই হৈছে ভাৰতৰ উৎপাদনৰ ৫২%।
অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ চাহৰ অনবদ্য সোৱাদ আৰু ইয়াৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘ্টাই দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে অসমৰ চাহ শিল্প প্ৰদৰ্শন কৰা হ’ব।
এই সন্দৰ্ভত আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক।
অন্তিম তাৰিখ ঃ ১৪ ডিচেম্বৰ ২০২৩









manish deka 2 বছৰ 5 হিচাপপূৰ্বে
Assam's tea legacy stands tall, a testament to the state's unwavering dedication and its pivotal role in the world of tea production.Showcasing this rich heritage on 2024 Republic Day will surely be a moment of pride.
user 2 বছৰ 5 হিচাপপূৰ্বে
অসম চৰকাৰৰ ডাঙৰ আৰু সুন্দৰ পদক্ষেপ ।
SandeepKumarSingh 2 বছৰ 5 হিচাপপূৰ্বে
It's a great initiative by Government of Assam to show a glorious tribute to our world famous tea on the Republic Day tableau. The tea industry can be called the lifeline of Assam which needs to be focused at the national level.
user 2 বছৰ 5 হিচাপপূৰ্বে
অসম চৰকাৰৰ ডাঙৰ আৰু সুন্দৰ পদক্ষেপ ।
Santanu Datta 2 বছৰ 5 হিচাপপূৰ্বে
It's a great initiative by Govt.of Assam.
anamika talukdar 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by the Govt. A great privilege to showcasing the Glorious Tea Industry of Assam in the national level platform.
AnkurHazarika 2 বছৰ 5 হিচাপপূৰ্বে
Assam has the single largest tea-growing area in the world, constituting around one-seventh of the global tea production. It is a matter of pride for us to present Assam's tea industry at the national level. Great initiative by the Govt.
Ranu Das 2 বছৰ 5 হিচাপপূৰ্বে
এটা ডাঙৰ পদক্ষেপ। চাহ উদ্যোগৰ জৰিয়তে আমাৰ চহকী ঔদ্যোগিক সম্ভাৱনা প্ৰদৰ্শন কৰাৰ সময় আহি পৰিছে আৰু উন্নত প্ৰসাৰ আৰু বাণিজ্যৰ বাবে উদ্যোগটোক বিশ্বজুৰি অধিক প্ৰচাৰ কৰাৰ সময় আহি পৰিছে।
TinkuBaruah 2 বছৰ 5 হিচাপপূৰ্বে
Its very good initiative by Govt. of Assam to showing glorious haritage of our world famous tea in Republic Day Tableau.
SamsulHudaPatgiri 2 বছৰ 5 হিচাপপূৰ্বে
Assam tea industry is celebrating its 200th anniversary this year. The first tea garden was established in the erstwhile Lakhimpur district in 1833.It is indeed a great news that this year Cultural tableu of Assam theme is 200 years of Assam Tea.Many many congratulations to Cultural Affairs Directorate for initiating 2024 Independent Day theme for Assam.