You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ যোগ চৰ্চাৰ অভিজ্ঞতা

Start Date: 15-06-2021
End Date: 21-06-2021

বৰ্তমান ক’ভিড-১৯ ৰ এই প্ৰতিকূল সময়ছোৱাত শাৰীৰিক আৰু মানসিক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বৰ্তমান ক’ভিড-১৯ ৰ এই প্ৰতিকূল সময়ছোৱাত শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানৰ মাজেৰে আমি সকলোৱে সময় অতিবাহিত কৰিছোঁ। সেয়েহে, সুস্থ-সবল স্বাস্থ্যৰ বাবে বিভিন্নজনে এতিয়া নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম তথা যোগ চৰ্চা আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে ।
আপুনিও যদি এনে অভ্যাস গঢ়ি তুলিছে তেন্তে, আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ যোগাভ্যাসৰ ফটো অথবা এটি ভিডিঅ’ প্ৰস্তুত কৰি আমালৈ প্ৰেৰণ কৰক ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আপোনাৰ ফটো অথবা ভিডিঅ’ আপলোড কৰি মাই গভ অসমক টেগ কৰিব লাগিব অথবা তলত মন্তব্য আকাৰেও প্ৰেৰণ কৰিব পাৰে।
২১ জুন, আন্তৰ্জাতিক যোগ দিৱসৰ দিনা ফটো অথবা ভিডিঅ’সমূহ মাই গভ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব ।

অন্তিম তাৰিখ:২১ জুন,২০২১

সকলো মন্তব্য
মুঠ অৱদান ( 9) অনুমোদিত অৱদানসমূহ (9) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
9 তথ্য পোৱা গ’ল