You don't have javascript enabled. Please Enabled javascript for better performance.

শিশুৰ মানসিক স্বাস্থ্য সবল কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ দিশ

Start Date: 21-12-2019
End Date: 31-12-2022
কিছুমান ৰোগে শিশুৰ মানসিক স্বাস্থ্যৰ উত্তৰণত বাধা দি শৰীৰত বিৰূপ প্ৰভাৱ পেলায়, যি পাছলৈ শিশুৰ বিকাশ আৰু স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনে। কিন্তু সময়ত গ্ৰহণ কৰিবলগীয়া কিছুমান বিশেষ সাৱধানতাই শিশুক এই ৰোগসমূহৰ পৰা ৰক্ষা কৰিব পাৰে। এই ক্ষেত্ৰত অভিভাৱকসকলে বিশেষভাৱে গুৰুত্ব দিয়াটো প্ৰয়োজন। শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলোৱা কিছুমান ৰোগ আৰু ইয়াৰ পৰা পৰিত্ৰাণ সম্পৰ্কে এই ভিডিঅ’ৰ যোগেদি গম লও আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল