You don't have javascript enabled. Please Enabled javascript for better performance.

মানসিক সমস্যা আৰু শিক্ষাৰ্থীৰ ভৱিষ্যত

Start Date: 11-02-2020
End Date: 28-02-2023
সাম্প্ৰতিক সময়ত পঢ়াৰ বোজা, ঘৰুৱা সমস্যা, সংগদোষ, বিদ্যালয় অথবা অভিভাৱকৰ কঠোৰ শাসন, বন্ধু-বৰ্গৰ ইতিকিং ইত্যাদি বিভিন্ন কাৰণত কিশোৰ-কিশোৰী তথা শিক্ষাৰ্থীসকল মানসিক হীনমন্যতাত ভুগিবলৈ লয়। এনে মানসিক সমস্যা অতি গুৰুতৰ হৈ পৰাৰ ফলত উদ্বিগ্নতা, চকুৰ সমস্যা, গাৰ বিষ ইত্যাদিকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাইও দেখা দিয়া পৰিলক্ষিত হয়। ইয়াৰ উপৰিও পৰীক্ষাৰ দিন কাষ চাপি অহাৰ লগে লগে বহু শিক্ষাৰ্থীৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পাবলৈ লয় । প্ৰতিগৰাকী অভিভাৱকৰ বাবে চিন্তনীয় হৈ পৰা এনে সমস্যাসমূহৰ পৰিত্ৰাণ তথা সমাধানৰ ক্ষেত্ৰত মনস্তত্ত্ববিদ তথা পৰামৰ্শদাতা জয়শ্ৰী দাসে আগবঢ়াইছে কিছু দিহা-পৰামৰ্শ ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল