You don't have javascript enabled. Please Enabled javascript for better performance.

বঙাল পোতা চাপৰিত কৃষি বিপ্লৱ

Start Date: 21-02-2020
End Date: 28-02-2023
দৰং জিলাৰ এক ভিতৰুৱা চৰ অঞ্চল হৈছে বঙাল পোতা। কৃষিৰ যোগেদি এই অঞ্চলৰ স্থানীয় বাসিন্দা সকলে কৰ্মস্পৃ্হাৰ এক অনুকৰণীয় উদাহৰণ দাঙি ধৰিছে। এই অঞ্চলৰ বাসিন্দা সকলে এক বৃ্হৎ পৰিসৰত মাকৈ, বেঙেনা, গাজৰ, আলু, বন্ধাকবিকে ধৰি বিভিন্ন পাচলিৰ খেতি কৰিছে। ৰাসায়নিক সাৰ পৰিহাৰ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই খেতিৰ জৰিয়তে কৃষিক এক লাভজনক কৰ্মক্ষেত্ৰ হিচাবে দাঙি ধৰিছে এই কৰ্মোদ্যমী কৃষকসকলে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল